Rajya Sabha Election: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী
ৰাজ্যসভাত খালী হবলগীয়া দ্বিতীয়খন আসন বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিলে আৰু ইউ পি পি এলেও এইখন আসনৰ বাবে ৰণগৌৰা নাৰ্জাৰীক শণিবাৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে (UPPL Nominates Rwngwra Narzary For Rajya Sabha Polls) । সবিশেষ জানো আহক ৷
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত কিমান সফল সৰ্বানন্দ সোণোৱাল
পাঁচবছৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত ২০২১ চনত বিজেপিয়ে পুনৰ ৰাজ্যৰ শাসন ক্ষমতা দখলৰ পিছত সর্বানন্দ সােণােৱালে হেৰুৱাইছিল দায়িত্ব ৷ তাৰ পিছতে কেন্দ্ৰৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালক কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব দিয়ে। জানো আহক প্ৰায় এটা বছৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হৈছে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal as union minister) ৷
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত: প্ৰদেশ কংগ্ৰেছ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গুৱাহাটীস্থ বাসগৃহত ৰিপুন বৰা (Ripun Bora meets Bhupen Bora)। উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলী চৌধুৰী । ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা ।
ULFA linkman arrested: সোণাৰিত আলফাৰ লিংকমেন আটক
বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে সোণাৰিত আৰক্ষীয়ে আটক কৰে আলফাৰ দুজনকৈ লিংকমেন (ULFA I linkman arrested in Sonari)৷
Road accident at Kaliabor: স্বামী নিহত, পত্নীৰ অৱস্থা সংকটজনক
কলিয়াবৰৰ কুঠৰী ন-জানৰ সাতত্ৰিশ নম্বৰ ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Kaliabor)। শনিবাৰে নিশা সংঘটিত হয় পথ দূৰ্ঘটনাটো । ASD ২১C ১৭৯১ নম্বৰৰ নগাঁও অভিমুখী ট্ৰাকে বিপৰীতমুখী স্কুটীত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।
সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ
সামৰণি পৰিল চাৰিদিনীয়াকৈ আৰম্ভ হোৱা বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ (Barpeta Satra Doul Utsav) ৷ শনিবাৰে বৰপেটা সত্ৰত পালন কৰা হয় সুঁৱেৰী উৎসৱ ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷
Police assaulting civilian in Guwahati: SI প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে ৰিজাৰ্ভ ক্ল'জ
পল্টন বজাৰৰ ৰাজপথত এজন লোকে পত্নী-সন্তানসহ মটৰ চাইকেলেৰে গৈ থকাৰ পথত যানযঁটৰ বাবে কিছু সময় ৰোৱাৰ সময়তে যান-বাহন শাখাৰ এজন আৰক্ষীৰে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে সেই স্থানত উপস্থিত আৰক্ষীৰ এটা দলে পত্নী-সন্তানৰ সন্মুখতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল লোকজনক (Police assaulting civilian in Guwahati) ৷
দৌল উৎসৱত অংশ লৈ জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে ক’লে, ''কলিয়া বাবা কি জয়''
বৰপেটা সত্ৰৰ দৌল উৎসৱৰ সুৱেৰীত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত (Georgia Ambassador visits Barpeta Satra on the ocasion of holi) ৷ সত্ৰ নগৰীৰ যুৱক-যুৱতীসকলৰ লগত হোলীৰ আনন্দত (Holi celebrations at Barpeta Satra) অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে শিকিলে অসমীয়া ৷
সাৱধান: আপোনাৰ ওচৰতো থাকিব পাৰে তিহাৰ জেলৰ কয়েদী
দেশৰ অন্যতম বৃহৎ কাৰাগাৰ বুলি জনা যায় তিহাৰ কাৰাগাৰক । য'ত দেশৰ বহু দুৰ্ধৰ্ষ অপৰাধীক ৰখা হয় । কিন্তু শেহতীয়াকৈ কাৰাবন্দীক লৈ উদ্বিগ্ন হৈ পৰিছে তিহাৰ কাৰাগাৰ কতৃপক্ষ (Tihar jail authorities worried about jail inmates)। দিল্লী আৰক্ষী সহায় বিচাৰিছে কাৰাগাৰ কতৃপক্ষই । কিন্তু কিয় ?
Shehnaaz Gill latset photoshoot: শ্বেহনাজৰ নতুন আলোকচিত্ৰ দেখি অনুৰাগীৰ মুখৰ পৰা ওলাল অ’হ মাই গড
চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত ফটোগ্ৰাফাৰ ডাব্বু ৰত্নানীয়ে কেমেৰাত আকৌ এবাৰ বন্দী হ’ল শ্বেহনাজ গিল (Shehnaaz Gill latset photoshoot)। ডাব্বুৱে এতিয়ালৈকে শ্বেহনাজৰ কেইবাটাও ফটোশ্বুট কৰিছে । শেহতীয়া ফটোশ্বুটটোৰ আলোকচিত্ৰ কেইখনে অনুৰাগীসকলক হতবাক কৰি তুলিছে ৷