ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - Urban Development

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-9-am
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 12, 2022, 9:02 AM IST

Tragic incident in Barpeta : একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু, 4 জন চিকিৎসাধীন

বৰপেটাৰোডৰ সমীপৰ উত্তৰ চাফাকামাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এসপ্তাহৰ ভিতৰতে একেটা পৰিয়ালৰ তিনি গৰাকী লোকৰ মৃত্যু (Three people from same family dieds within a week) হোৱাৰ লগতে 4 জন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ চাফাকামাৰৰ আব্দুৰ ৰহমানৰ ঘৰত ৷

Urban Development: ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যৰ চহৰকেইখনক এক নতুন ৰূপ দিয়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ (Government decides to develop all cities in Assam) ৷ আগন্তুক কেইটামান বছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাত বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সকলো জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাষলৈ স্থানান্তৰিত কৰা হ'ব ৷

গাখীৰত তিয়াই থ’লেই কয়লা কেতিয়াও সােণ নহয়: ভূপেন বৰা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ উত্তৰাখণ্ডৰ সভাত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যকলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া (APCC president reaction on CM comment) ।

Assam municipal election: পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন

পৌৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন (Sonitpur administration gear up before Municipal election) ৷ লগতে উথপ-থপ লাগিছে ৰাজনৈতিক দলসমূহৰ মাজতো ৷

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা

এদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Bishwa Sarma flies to Uttarakhand )। ৰাজ্যখনত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লব শৰ্মাই (Himanta to take part in Uttarakhand election campaign)।

Paragliding accident of skyland resort: স্কাইলেণ্ড ৰিজৰ্টৰ প্ৰতি কিয় ইমান দৰদ প্ৰশাসনৰ ?

তিনিচুকীয়াৰ স্কাইলেণ্ড ৰিজৰ্টত পেৰাগ্লাইডিং কৰি থকাৰ সময়তে লখিমপুৰৰ যুৱক পংকজ গগৈয়ে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাৰ আজিও নহ’ল সুবিচাৰ (Paragliding accident of skyland resort) ৷

Assam Municipal Election 2022 : বিজেপিৰ সৈতে আসনৰ বুজা-বুজি অগপৰ

ইতিমধ্যে ৰাজ্যত চলিছে পৌৰসভা নিৰ্বাচনক (Assam Municipal Election 2022 ) লৈ এক উখল-মাখল পৰিৱেশ ৷ আগন্তুক 6 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যৰ 80 খন পৌৰসভাৰ নিৰ্বাচন (Assam Municipal Elections to be held on March 6) ।

গুৱাহাটী উন্নয়নৰ নামত চুৰিপন্থা অৱলম্বন কৰিছে বনবিভাগে: সচেতন জনতা

গুৱাহাটী উন্নয়নৰ নামত ৰাজপথত থকা বহু পুৰণি গছ কটা হৈছে (Many old trees along the road have been cut down) ৷ ফলত মহানগৰীত হ্ৰাস পাইছে পুৰণি গছৰ সংখ্যা ৷ পুৰণি গছসমূহ কাটি ধ্বংস কৰা কাৰ্যক তীব্ৰ গৰিহণা মহানগৰীৰ সচেতন জনতাৰ ৷

DU PGSU elections: নাহৰৰ দেশত আছুৰ আধিপত্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (DU PGSU election)ত আছুৰ আধিপত্য । সভাপতি-সম্পাদক সহ ১৪ টা পদত আছুৰ দখল ।

কাৰ্বি আংলঙৰ উচ্চেদক লৈ বিজেপি এছটি মৰ্চাৰ সংবাদমেল

কাৰ্বি আংলঙৰ উচ্চেদক লৈ দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷ উচ্ছেদ সন্দৰ্ভত বিজেপি এছটি মৰ্চাৰ সংবাদমেল (BJP ST morcha press meet on eviction in diphu) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.