ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Jan 5, 2021, 9:00 AM IST

COVID19ত আক্ৰান্ত লণ্ডনৰ পৰা উভতি অহা ৰাজস্থানৰ 3জনকৈ লোক

দেশত কৰ'ণা ভাইৰাছৰ নতুন লক্ষণত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ শংকা ৷ ৰাজস্থানত লণ্ডনৰ পৰা উভতি অহা 3গৰাকীকৈ লোক আক্ৰান্ত কৰ'ণা ভাইৰাছত ৷

আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুৱা 11 বজাত এই পাইপলাইনৰ উদ্বোধনী কৰা হ'ব ৷

হিমা দাসৰ টকিঅ’ যাত্ৰাক লৈ উৎফুল্লিত পৰিয়াল

টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হিমা দাস ৷ ধিং এক্সপ্রেছ হিমা দাসক লৈ উৎফুল্লিত হিমাৰ পৰিয়াল ।

বিশ্বৰ বজাৰত স্থান পাইছে শিৱসাগৰৰ উলাহ চাহে

এটি কলি দুটি পাতেৰে বিশ্ব জয়ৰ সপোন দেখা দুগৰাকী যুৱক ৷ শিৱসাগৰৰ দুয়োগৰাকী যুৱকে দা টি লিফ থিয়ৰী আৰু উলাহ ব্ৰেণ্ডৰ চাহেৰে দখল কৰিছে আমেৰিকা,ইউৰোপৰ বজাৰ ৷

নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী

নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি দেওবাৰে অভিযোগ উত্থাপন কৰিছিল সদৌ অসম যুৱ ছাত্ৰ পৰিষদে ৷ এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ সোমবাৰে সংবাদমেল আয়োজন কৰে উপায়ুক্ত পূৰৱী কোঁৱৰে ৷

মানচিত্ৰৰ পৰিসৰৰ পৰা হেৰাই যাব নেকি মৰিগাঁও !

1950 চনৰ বৰ ভূঁইকপৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুত পৰা প্ৰভাৱৰ পিছতে মৰিগাঁৱত গতিপথ সলনি কৰিছিল ব্ৰহ্মপুত্ৰ নদীয়ে ৷ 1979 চনৰ পিছৰে পৰা জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে খহনীয়াই ৷ 1988 চনত জিলাখনৰ প্ৰথমটো বানত জাহ গৈছিল উত্তৰ-পশ্চিম এলেকাৰ 96 খন গাঁও ৷ গৃহহীন হৈ পৰিছিল প্ৰায় 8,000 কৈ লোক ৷ মৈৰাবাৰী মৌজাৰ অধীনষ্ঠ চিতমমাৰী,মদাৰগুৰি, শালমাৰী আৰু গৰৈমাৰী গাঁৱৰ আজিও 2000 লোকৰ আশ্ৰয়স্থলী হৈ পৰিছে ৰাজপথ ৷

দুৰ্নীতিত লিপ্ত থকা কোনো সাৰি যাব নোৱাৰিবঃ প্ৰমোদ বড়ো

দূৰ্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰী বা কোনো ৰাজনৈতিক নেতাক সাৰি যাবলৈ দিয়া নহব বুলি হুংকাৰ দিছে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ লগতে আমি ক্ষমতা দখলৰ বাবে শাসনলৈ অহা নাই,ৰাইজৰ সেৱা কৰিবলৈহে আহিছো বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য

15 জানুৱাৰীত গ্ৰহণ কৰা হ'ব শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানি ৷

পশ্চিমবংগত আটক 12 গৰাকী অবৈধ বাংলাদেশী নাগৰিক

সীমা সুৰক্ষা বল চমুকৈ BSF য়ে 12 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক ভাৰতীয় সীমা পাৰ হোৱাৰ সময়ত আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোককেইজনক সীমা সুৰক্ষা বাহিনীয়ে পৰৱৰ্তী সময়ত ৰাম নগৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷

ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল গড়কাপ্তানী বিভাগৰ

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি প্ৰকাশৰ পিছতে ৰঙিয়াৰ বৰকুকুৰীয়াত আৰম্ভ হ’ল দলং নিৰ্মাণৰ কাম ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.