ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য
পুনৰ আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰৰ পৰা নোহোৱা হ'ল তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ চাৰিগৰাকী যুৱক (Four youth missing from ULFA I camp) ৷ সমগ্ৰ তিনিচুকীয়া জিলাখনতেই এই খবৰে সৃষ্টি কৰিছে চাঞ্চল্য ৷
পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ (five lakhs houses to beneficiaries)।
Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?
নগাঁও আদালতত নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ । তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ (Neel Abhi Murder case Judgement process)। পৰৱৰ্তী সময়ত বিপক্ষৰ অধিবক্তাই জেৰা কৰিব তদন্তকাৰী বিষয়াৰ । ৭১ গৰাকী সাক্ষীৰ ৬৯ জনৰ সাক্ষ্যগ্ৰহণ সম্পন্ন নগাঁও আদালতত । নীল অভি হত্যাকাণ্ডত জড়িত দোষীৰ চূড়ান্ত শাস্তিৰ বাবে আশাবাদী নীল অভিৰ পৰিয়ালৰ ।
চীনৰ নদী বান্ধক ভেটাৰ প্ৰস্তুতি অৰুণাচল প্ৰদেশৰ য়িংকিঙত
চীনৰ নদী বান্ধে প্ৰতিপলে ভাবুকি কঢ়িয়াই আনিছে দেশ তথা ৰাজ্যলৈ (Dam on Brahmaputra by China) । বিশেষকৈ উত্তৰ-পূবৰ বাবে প্ৰতি মূহুৰ্ত্বত সেই বান্ধ হৈ থাকে শংকাৰ আন এক নাম । সেয়ে চীনৰ নদী বান্ধক প্ৰতিৰোধ কৰিবলৈ ভাৰতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মান কৰিব দ্বিতীয় বৃহত্তম নদী বান্ধ।
Road rage case : 34 বছৰ পুৰণি গোচৰত নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড
34 বছৰ পুৰণি এটা গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক(Navjot Singh Sidhu ) ৷ সবিশেষ জানো আহক ৷
3.50 টকা মূল্যবৃ্দ্ধিৰে 1000 টকীয়া হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ
পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি (Cooking gas prices rise again)। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকাকৈ বৃদ্ধি । এটা চিলিণ্ডাৰৰ মূল্য হ'লগৈ ১০০৩ টকা ।
যোৰহাটৰ সভাত বেৰিকেড পাৰ হৈ মুখ্যমন্ত্ৰীক লগ ধৰিলে কোনে ?
হঠাৎ কলেজৰ পোছাক পিন্ধা এগৰাকী ছাত্ৰী মঞ্চৰ ফালে তীব্ৰ বেগেৰে যাবলৈ উদ্যত হয় (College girl in Assam CM's meeting) । লগে লগে নিৰাপত্তাৰক্ষীয়ে ছাত্ৰী গৰাকীক মঞ্চৰ পিছফাললৈ লৈ যায় । তাৰ পিছত ? পঢ়ক এই প্ৰতিবেদন ৷
বিষয়া-কৰ্মচাৰীৰ অভাৱত বহু নিগম-পৰিষদত অচলাৱস্থা
নতুন নিযুক্তিৰে(Mega recruitment in Assam) গতিশীলতা অনাৰ প্ৰচেষ্টাৰ সময়তে বিষয়া-কৰ্মচাৰীৰ অভাৱ বহু নিগম-পৰিষদত । একেজন বিষয়াই চলাব লগীয়া হৈছে দুই-তিনিখন জিলাৰ শাখা কাৰ্যালয় । অসম বীজ নিগমৰ ৰাজ্যখনত থকা ৩৩ টা শাখা কাৰ্যালয়ৰ অৰ্ধসংখ্যকতেই নাই শাখা পৰিচালক ।
অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা
ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ বিপদসীমাৰে ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি ৷ ফলত মাজুলী জিলা প্ৰশাসনে বন্ধ কৰি দিছে মাজুলী-নিমাতী ফেৰী সেৱা (Ferry service suspended in Majuli) ৷
কান মহোৎসৱ 2022ত ভাৰতবৰ্ষই ‘সন্মানৰ দেশ’ খিতাপ লাভ কৰাত আনন্দিত নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী মোডীয়ে কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত ভাৰতে 'সন্মানৰ দেশ' খিতাপ লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে (Modi on India got Country of honor at cannes 2022) ৷ এই সন্দৰ্ভত দেশৰ জনসাধাৰণৰে সৈতে প্ৰধানমন্ত্ৰীজনে এক দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে । প্ৰধানমন্ত্ৰীয়ে টোকাটোত কি লিখিছিল জানো আহকচোন-