ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 27, 2022, 5:05 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Fuel price hike : ৰাজ্য চৰকাৰ সমূহক পেট্ৰ’পণ্যত আৰোপিত কৰ প্ৰত্যাহৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

হ্ৰাস পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক সকাহ দিয়াৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ ৰাজ্য চৰকাৰলৈ গুৰুত্বপূৰ্ণ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷

ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আপলৈ বৈছে জনতাৰ সোঁত

আপলৈ ধাৱমান হৈছে ৰাজ্যৰ শতাধিক ৰাইজ (Joining in AAP in Nalbari) ৷ বাদ পৰি ৰোৱা আন ৰাজনৈতিক দলৰ সদস্য তথা কৰ্মী ৷ মঙলবাৰে নলবাৰীৰ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰি যোগদান কৰে আম আদমী পাৰ্টীত (AAP Joining program in Nalbari) ৷

PM Modi's Assam visit : ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল-মহন্তই

28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ আৰু ৰাজ্যৰ কেইবাখনো কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব (PM Modi's Assam visit) ৷

Jignesh mevani latest news : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ

বৰপেটাত মঙলবাৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটক লৈ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে(CPIM protests demanding release of Jignesh Mevani) বাওঁপন্থী দলটোৱে ৷

Controversial Facebook post against Satradhikar : মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিবাদী সভা

মাজুলীৰ সত্ৰাধিকাৰক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰা নয়নজ্যোতি বৰা ৰাইজৰ ৰোষত পৰিছে (Controversial Facebook post on Satradhikar) ৷

শক্তিহীন কংগ্ৰেছৰ স্থান ল'বলৈ অসমত তৎপৰ আপ আৰু তৃণমূল কংগ্ৰেছ

এবছৰত সাতটাকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ ক্ৰমাৎ শক্তিহীন (Congress position in Assam has weakened)। ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা ।

কলিয়াবৰৰ বিশিষ্ট নাগৰিকক মুখ্যমন্ত্ৰীৰ ৰঙালী বিহুৰ উপহাৰ

ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিশিষ্ট তথা জ্যেষ্ঠ নাগৰিকসকললৈ বিশেষ উপহাৰ প্ৰেৰণ কৰিছে ।

ধেমাজিত কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা শীৰ্ষক অনুষ্ঠান

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ২৬ এপ্ৰিলৰ পৰা ধেমাজিত অনুষ্ঠিত হৈছে কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা (Farmers' Partnership is our priority) শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ । জিলাখনৰ ৩০০ৰো অধিক কৃষকৰ অংশগ্ৰহণ । অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ ।

বিজেপি গমন : প্ৰধানমন্ত্ৰীৰ সভাত যোগদান নহ'ব বিস্মিতাৰ

প্ৰাক্তন কংগ্ৰেছ বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিব (Former Congress MLA Bismita Gogoi to join BJP) । প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড়ৰ সভাতে বিস্মিতা গগৈয়ে গেৰুৱা দলত যোগ দিয়াৰ চৰ্চা চলিছে ।

বোকাখাতৰ এম বজাৰৰ বিৰুদ্ধে শ্ৰমিক নীতি উলংঘাৰ অভিযোগ

বহুজাতিক কোম্পানী এম বজাৰ(M Bazar) ৰ বিৰুদ্ধে এইবাৰ বোকাখাতত গৰজি উঠিছে জীপাল কৃষক-শ্ৰমিক সংঘ (Accused of violating labor policy by M Bazar) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.