ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 3PM

3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 3PM
TOP 10 @ 3PM
author img

By

Published : Aug 30, 2020, 3:12 PM IST

বাঁহেৰে তৈয়াৰী এযোৰ বিশেষ পোছাক

এযোৰ বিশেষ নৃত্যৰ পোছাক ৷ যিযোৰ পোছাকে আচৰিত কৰি তুলিব আপোনাক আৰু মোক ৷ সম্পূৰ্ণ বাঁহেৰে সাঁজি উলিওৱা হৈছে এই বিশেষ পোছাকযোৰ ৷

কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা উপায়ুক্তৰ

অসমৰ মাজেদি ত্ৰিপুৰালৈ যোৱাৰ একমাত্ৰ পথ হ’ল ৮নং ৰাষ্ট্ৰীয় ঘাইপথ । সমগ্ৰ দেশৰ সৈতেও ত্ৰিপুৰাক সংযোগ কৰা এইটোৱে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । বিগত ৬ টা বছৰ ধৰি অসমৰ পাথাৰকান্দি সমষ্টিৰ ৬ কিলোমিটাৰ অংশ পথ মাৰাত্মকভাবে বিধ্বস্ত হৈ আছে ।

বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত চুৰিকাণ্ড

শনিবাৰে নিশা বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ চোৰে তলা ভাঙি মন্দিৰত থকা দুটা পিতলৰ মূৰ্তিসহ এটা পিতলৰ বাঁহী লৈ যায় ৷

বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন

1985 চনতে বাইহাটা চাৰিআলিৰ দগাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থাপন কৰিছিল তীখা উদ্যোগৰ আধাৰশীলা ৷

কৰ’ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ভাৰত: ডাঃ নভনীল বৰুৱা

সম্প্ৰতি ভাৰতত কৰ’ণাত আক্ৰান্তই স্পৰ্শ কৰিছে 3,542,733 ৰ সংখ্যা৷ আক্ৰান্ত সকলৰ ভিতৰত 63,657 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে 2,713,933 গৰাকী ৷

ৰাজ্যত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ

ৰাজ্যত চলি থকা লাভ জেহাদৰ সৈতে তন্ত্ৰ-মন্ত্ৰ, বেজ, জৰা ফুকা আদি জড়িত হৈ আছে ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷

কন্যা সন্তানৰ সৈতে এগৰাকী অন্ধ পিতৃৰ দুৰ্বিসহ জীৱন কাহিনী

14 বছৰীয়া কন্যাক মানুহ কৰাৰ স্বাৰ্থত সংগ্ৰাম চলাই গৈছে এগৰাকী অন্ধ পিতৃয়ে ৷ পাঠশালাৰ অন্তৰ্গত তিতকা গৰীয়া গাঁৱৰ বাসিন্দা দীনবন্ধু তালুকদাৰ ৷

মাৰ্ঘেৰিটাত বন্যহস্তীৰ কৰুণ মৃত্যু

মাৰ্ঘেৰিটা চিমা পথাৰত বন্যহস্তীৰ কৰুণ মৃত্যু । জানিব পৰা মতে, দীৰ্ঘদিনে চিমা পথাৰ অঞ্চলত কেবাটাও বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে ৷

ৰঙিয়াৰ এখন বিশেষ দলঙেৰে পাৰ হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া

ৰঙিয়াৰ এখন বিশেষ দলং ৷ যিখন দলং পৰা হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া ৷ খোজকাঢ়ি পাৰ হ’লে 5 টকা, চাইকেলত 10 টকা আৰু স্কুটী বা বাইক পাৰ হ’লে যাত্ৰীয়ে দিব লাগে 20 টকা ৷

বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ৰাজ্যৰ বনাঞ্চল সমূহত এতিয়া চলিছে বন মাফিয়াৰ হাতোৰা । ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ তৰাণি সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.