ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - Commercial LPG cylinder price cut

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 3 PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 1, 2022, 3:02 PM IST

Woman found alive after murdered by husband: সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল মৃত মহিলা

আমি সততে মৃত লোকক জী উঠাৰ কথা সাধু কথাতহে শুনিছো ৷ কিন্তু এইয়া সম্ভৱ হৈছে বাস্তৱতো ৷ সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল স্বামীয়ে হত্যা কৰা এগৰাকী মহিলা (Woman murdered by husband)৷

Monkeypox:: কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰক মাংকিপক্সৰ অৱস্থিতি

কেৰালাত মৃত্যু হোৱা ষুৱকৰ শৰীৰক মাংকিপক্সৰ অৱস্থিতিৰ ঘটনা পোহৰলৈ আহিছে ৷ যোৱা ৩০ জুলাইত কেৰালাত এজন ২২ বছৰীয়া মৃত্যু হয় ৷ ইয়াৰ পিছতে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইতিমধ্যে যুৱকজনৰ শৰীৰত মাংকিপক্সৰ স্থিতি ধৰা পৰিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Samples of deceased Kerala man come out positive for monkeypox)৷

Milk price hike in Guwahati: মহানগৰীত পুনৰ বৃদ্ধি গাখীৰৰ মূল্য

ৰাজ্য়খনত হোৱা ভয়াবহ বানৰ পিছত নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ ৰাইজক । ইয়াৰ মাজতে সোমবাৰৰ পৰা মহানগৰীৰ বজাৰত পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য(Milk price hike in Guwahati)।এই মূল্য বৃদ্ধিৰ বিষয়ে সদৰী কৰিছে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই ।

FIR against Sanjay Raut: শিৱসেনা নেতাৰ ঘনিষ্ঠৰ পত্নীক ভাবুকি দিয়া সঞ্জয় ৰাউটৰ বিৰুদ্ধে গোচৰ

১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় গোচৰত নাম সঙোৰ খোৱা সঞ্জয় ৰাউটৰ বিৰুদ্ধে এইবাৰ শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগীৰ পত্নীক ভাবুকি দিয়াৰ অভিযোগ ।উল্লেখ্য় যে শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্নাৰ এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতেই এই ঘটনাটো পোহৰলৈ আহে । মুম্বাইত ৰাউটৰ বিৰুদ্ধে ইতিমধ্য়ে গোচৰ ৰুজু কৰা হৈছে(FIR registered against Sanjay Raut in Mumbai)।

President Joe Biden COVID positive: দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত হৈছে(President Joe Biden COVID positive)।হোৱাইট হাউছৰ চিকিৎসক ডাঃকেভিন অ'কনৰে দেওবাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিছে তথ্য়।

Flash Flood in Himachal Pradesh: হিমাচলত অহা আকস্মিক বানত আৱদ্ধ হৈ পৰিল শতাধিক লোক

বিগত কিছুদিন ধৰি জিলাখনত নেৰা নেপেৰা বৰষুণ হৈ থকাৰ ফলত বানৰ কবলত পৰিছে হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলা (Flash Flood in Himachal Pradesh)৷ বানৰ ফলত পথ অৱৰোধ হৈ 150 জনৰো অধিক লোক আৱদ্ধ হৈ আছে ৷

Roads Condition in Goalpara: জলেশ্বৰ সমষ্টিত ৰাস্তা-ঘাটৰ পয়ালগা অৱস্থা

এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ দৃশ্য (Road connectivity poor in Jaleswar Goalpara) । সুদীৰ্ঘ দিন ধৰি এনেদৰেই যাতায়াত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে । উল্লেখ্য, স্বাধীনোত্তৰ কালৰে পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এটা বৃহৎ অঞ্চল হৈছে এইটো । ৰাজ্যৰ উন্নয়নৰ বিপৰীত ছবি দোখা যায় জলেশ্বৰ সমষ্টিৰ মেদৰটাৰী¸ফুলপুৰ¸চিৰাকুটি¸পোৰাভিটা আদি বৃহৎ অঞ্চলত (Jaleswar area suffering hell transportation) ।

Women trafficking in Cachar: কিশোৰীক দুমাহ ধৰি হোটেলৰ কোঠাত আৱদ্ধ কৰি দেহ ব্যৱসায়

কাছাৰত পোহৰলৈ আহিছে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ এক ভয়ানক নেটৱৰ্ক (Women trafficking in Cachar) ৷ কাছাৰৰ দিগৰখাল এলেকাত অৱস্থিত ৰাজ হোটেলত দীৰ্ঘদিন ধৰি চলি আহিছে যুৱতী সৰবৰাহকে ধৰি দেহ ব্যৱসায় চলাই অহাৰ দৰে ভয়ানক ঘটনা ৷ হোটেলৰ কোঠাত কিশোৰীক আৱদ্ধ কৰি পাশৱিক অত্যাচাৰ দেহ ব্যৱসায়ী চক্ৰৰ (Teenager locked in hotel room and involved her in prostitution) ৷

Commercial LPG cylinder price cut: আজিৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

পহিলা আগষ্টৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ 36 টকাকৈ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price cut from August 1) ৷

Ganja seized in Guwahati: মহানগৰীৰ হোটেলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

মহানগৰীৰ হোটেলৰ কোঠাত গাঞ্জাৰ চোৰাং বেহা ৷ 60 কিলোগ্ৰাম গাঞ্জাসহ 5 সৰবৰাবকাৰী উদ্ধাৰ(5 deatined by Paltanbazar police) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.