ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 3 PM
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Apr 28, 2022, 3:00 PM IST

নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিছপুৰত আম আদমী পাৰ্টীৰ বিক্ষোভ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে আপৰ প্ৰতিবাদত উত্তাল ৰাজপথ (AAP protest in Dishpur)। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা । আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি । আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি বাছত উঠাই লৈ যায় ।

পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত

এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ (Artificial flood in Karimganj) ৷ বন্ধ হৈ পৰিছে প্ৰায় 32 হাজাৰ লোকৰ যোগাযোগ ব্যৱস্থা ৷ ফলত বিমোৰত পৰিছে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

মিছা কথাৰ ঠেং চুটি : ছিংগাপুৰত দুই ভাৰতীয়ক কাৰাদণ্ড

ছিংগাপুৰৰ এখন আদালতে দুই ভাৰতীয় মূলৰ লোকক নিক্ষেপ কৰিছে কাৰাগাৰলৈ (Singapore court sent two Indian origin men to jail) । 5 দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব দুয়োগৰাকী লোক । অতৰ্কিতে ব্যক্তি দুগৰাকীক কাৰাগাৰলৈ পঠিওৱাৰ কাৰণ ব্যক্ত কৰিলে ছিংগাপুৰ চৰকাৰে ৷

আজি মুকলি আকাশৰ তললৈ আহিব লালু প্ৰসাদ যাদৱ

লালু প্ৰসাদ যাদৱক আজি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ব (Lalu Prasad Yadav Will be released from jail) । ২২ এপ্ৰিলত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে । মুকলিৰ পাছতে লালু প্ৰসাদ যাদৱে ৩০ এপ্ৰিলত পাটনাত উপস্থিত হ'ব ।

উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ পৰা আঁতৰোৱা হ'ব আফস্পা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

এদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে অসমত উপস্থিত হৈছে (Prime Minister Narendra Modi visits Assam) ।

নৌ সেনা কমাণ্ডাৰ সন্মিলনত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ সন্মিলন (Naval Commanders Conference 2022) । এই সন্মিলনত ভাগ ল'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । নৌ সেনাৰ বিভিন্ন সফলতা, কাৰ্য-কলাপ, ভৱিষ্যতৰ পৰিকল্পনা আদিৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হ'ব ।

New Assamese Film Ganga : প্ৰস্তুতি পৰাশৰ-অৰূপ বৈশ্যই পূৰ্ণোদ্যমে চলাইছে গংগাৰ প্ৰচাৰ

ছবিৰ প্ৰচাৰৰ বাবে অসমৰ বিভিন্ন ঠাই ঘূৰি ফূৰিছে অসমীয়া ছবি জগতৰ দুই তাৰকা প্ৰস্তুতি পৰাশৰ আৰু অৰূপ বৈশ্যই ৷ ৰাইজৰ বিপুল সঁহাৰি দেখি উৎফুল্লিত হৈ পৰিছে দুয়ো (New Assamese Film Ganga) গৰাকী অভিনেতা-অভিনেত্ৰী ৷

বিজেপিৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

বিজেপি চৰকাৰৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি হৈছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (MLA Jignesh Mevani) ৷

PM Modi's Assam visit : লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন

আজি অসমত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শুভ উদ্বোধন কৰিব লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ লগতে ৰাজ্যৰ অন্যান্য 6 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ সেয়ে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণিৰ লগতে কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে বুধবাৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয় (Thousand earthen lamps lit at Lakhimpur Cancer Hospital) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.