ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 11
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 15, 2020, 10:58 AM IST

শক্তিপীঠ কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ ব্যৱস্থা

দেওবাৰৰ পৰা শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ খুলিছে যদিও প্ৰশাসনে জাৰি কৰা ক’ভিড প্ৰট’কল মানি চলিছে মন্দিৰ পৰিচালনা সমিতিয়ে । দুৰ্গা পূজাৰ পাচতহে মন্দিৰ সম্পূৰ্ণৰূপে খোলা-নোখোলা সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব ৷

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক

চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি আত্ন নিৰ্ভৰ হোৱাৰ সংগ্ৰামত ব্ৰত কোকৰাঝাৰৰ এগৰাকী যুৱক ৷ বলিত বৰুৱা নামৰ যুৱকগৰাকীয়ে পাৰিজাত অৰ্গেনিক অৱেষ্টাৰ মাছৰুম ইউনিট নামৰ এখন কাঠফুলা ফাৰ্ম গঢ়ি তুলি বছৰেকত উপাৰ্জন কৰিছে লক্ষাধিক টকা ৷

দ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

প্ৰতিৰক্ষা আৰু সুৰক্ষা,বাণিজ্য আৰু প্ৰৱাসন আৰু আধুনিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা ভাৰত-পৰ্তুগালৰ ৷ বুধবাৰে এক ভাৰ্চুৱেল দ্বি-পাক্ষিক বৈঠকযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পৰ্তুগীজ সমকক্ষ আগষ্ট’ চ্যাণ্টোচ চিল্ভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ কাঠ

কলগাছিয়াত বন বিভাগৰ অভিযান । কাঠফলা মিলৰ লগতে জব্দ লক্ষাধিক মূল্যৰ কাঠ ।

জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

আজি ভাৰতৰ ‘মিছাইল মানৱ’ খ্যাত ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী ৷ জন্মদিন উপলক্ষে সমগ্ৰ দেশে শ্ৰদ্ধাৰে স্মৰণ কৰিছে মিছাইল মানৱ গৰাকীক ৷

কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা

বুধবাৰে নগাঁৱত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,লাচিত বৰদলৈসহ এক সঁজাতি দলৰ প্ৰতিবাদ ৷ বঢ়মপুৰৰ বামুনীৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লাণ্ট প্ৰজেক্ট স্থাপন কৰা আৰু বিভিন্ন চৰকাৰী কাৰ্যৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে সঁজাতি দলটোৱে ৷

অৱশেষত নীলাপানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ

তিনিদিনীয়া এক চাঞ্চল্যৰ অন্ত পৰিল। অৱশেষত নীলা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ গুৱাহাটীৰ বিকী কলিতাৰ মৃতদেহ। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি চামগুৰিৰ নীলাপানী হ্ৰদত সন্ধানহীন হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী যুৱক বিকী কলিতা ৷

নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচন

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক নিৰ্বাচন ৷ নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় ।

বৰপেটাত মাৰণাস্ত্ৰসহ এজন গ্ৰেপ্তাৰ

চিৰাং জিলাৰ চিদলীৰ সমীপৰ মাজবাৰী গাঁৱৰ ছাইফুদ্দিন দেৱান (41) ৷ লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ

দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ ৷ নতুন দিল্লীত চিকিৎসাধীন অৱস্থাত তেজপুৰৰ ৰবৰ বাগান নিৱাসী অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.