ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি - TOP 10 AT 11 AM

11 বজাৰ শীৰ্ষ 10টা বাতৰি

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : May 28, 2022, 11:04 AM IST

জৰুৰী অৱস্থাৰ বাবে মুকলি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি

নতুনকৈ 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' প্ৰৱৰ্তন(Introduction of Chief Minister Public Emergency Scheme) । আঁচনিখনৰ ৰূপায়ণৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিদের্শনা । জৰুৰী অৱস্থাত ক্ষীপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে ।

অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

অসম জাতীয় পৰিষদৰ জন্মলগ্নৰে নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিলে দল (AJP founder member Chittaranjan Basumatary resigns) ৷ চিত্তৰঞ্জন বসুমতাৰী ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী আছিল । মাজুলীৰ উপ নিৰ্বাচনতো আছিল অজাপৰ প্ৰাৰ্থী ৷

য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে । ১ জুনত মঙলদৈত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব । বঁটাত আছে এটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ টকাৰ চেক ।

পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ

অসম চৰকাৰে চীনৰ পৰা অনা পি পি ই কিটৰ প্ৰসংগক লৈ সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ তেওঁ এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে, যাতে সকলো কথা স্পষ্ট হয় ।

ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ

বাঘজান অইল বিস্ফোৰণকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণ হ'ল । বিগত ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত অভিশপ্ত বাঘজান অইল বিস্ফোৰণকাণ্ডৰ প্ৰতিবাদত দ্বিতীয় বাৰ্ষিক ক'লা দিন উদযাপন ।

কংগ্ৰেছত অথন্তৰ লাগিয়েই আছে: ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ

কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীলৈ প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী (Show cause notice to Wazed Ali Chaudhury) ৷ কেৱল দলৰ সভাপতি, বিৰোধী দলপতি আৰু দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক এই তিনিজনক কথা কোৱাৰ অধিকাৰ দিয়া হৈছে ।

লাডাখত পথ দুৰ্ঘটনাত মৃত্যু 7 ভাৰতীয় সেনা জোৱানৰ

লাডাখত পথ দুৰ্ঘটনাত মৃত্যু 7 জন ভাৰতীয় সেনা জোৱানৰ ৷ পাৰ্টাপুৰ কেম্পৰ পৰা সেনাৰ প্ৰায় 26 জনীয়া এটা দলে হানিফ চাব চেক্টৰলৈ যাত্ৰা কৰিছিল ৷ সেই যাত্ৰা কালতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

সুকীয়া পতাকা অবিহনে নগা শান্তি চুক্তি অসম্ভৱ: এন এছ চি এন

"ছয় দশকতকৈও অধিক তেজ, ঘাম আৰু চকুপানীৰ পিছত নাগা লোকসকলে কেনেকৈ এনে ধৰণৰ ফোঁপোলা মাটিত খোজ কাঢ়িব পাৰে । ভাবুকি আৰু চাপ স্বত্বেও এন এছ চি এনে কেতিয়াও ঈশ্বৰৰ সন্মুখত ঘৃণা আৰু নাগা লোকসকলৰ সন্মুখত দেশদ্ৰোহৰ ধাৰ শুজিব নোৱাৰিব ৷"

IPL 2022 : ২০০৮ৰ পুনৰাবৃত্তি বিচাৰে ৰাজস্থানে...!

আইপিএল ২০২২ৰ শ্বাসৰূদ্ধকৰ কোৱালিফায়াৰ ২ত ধৰাশায়ী RCB । RCB ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে ৰাজস্থান ৰয়েলছে (RR in IPL 2022 final)। পুনৰ এবাৰ আইপিএলৰ ট্ৰফী তুলি লোৱাৰ সপোন দেখিছে ৰাজস্থানে । দেওবাৰে ফাইনেলত গুজৰাট টাইটানছৰ মুখামুখি হ'ব দলটো ।

গ্লিটাৰ আৰু গ্লেমত লোটপোট তাৰা, অনন্যা আৰু ছাৰা

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীৰ পৰা চাওক তাৰা, অনন্যা, ছাৰাৰ গ্লেমাৰাছ লুক-

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.