ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : May 1, 2022, 11:01 AM IST

Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

ৰাজ্যত শিপা মেলিছে জেহাদী সংগঠনে (Jihadi in Assam)৷ ইতিমধ্যে চিনাক্ত কৰা হৈছে জেহাদীৰ তিনিটা গোট ৷ আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ৷

এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম: জিগনেশ মেৱানী

এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিক মই উদযাপন কৰোঁ (Jignesh Mevani says about Sankardev) ৷

President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী

ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিয়াব এই বাইক ৰেলী(Assam police bike rally on first may) ৷

ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিব্ৰুগড়ৰ জিলাৰ বকুল-জাপিসজীয়া বাইপাছত দেওবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়(One killed in a road accident in Dibrugarh) ।

KAAC ELECTION 2022 : ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন

ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election 2022) ৷ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে প্ৰাৰ্থীসকল ৷

ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে বাধ্যতামূলক হ'ব টাস্ক ফ'ৰ্চ

নতুন শিক্ষানীতিৰ প্ৰয়োগ সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা (Important guidelines of directorate of higher education) । ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক, ব্যক্তিগত বিশ্ববিদ্যালয় আৰু চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ে গঠন কৰিব লাগিব টাস্ক ফ’ৰ্চ ।

ভাৰতে নিৰ্মাণ কৰিব হাইড্ৰ'জেন ইন্ধনযুক্ত প্রথমখন থলুৱা বৈদ্যুতিক জাহাজ

কোচিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে কোচিন শ্বিপয়ার্ড লিমিটেড (Cochin Shipyard Limited) আৰু শক্তি তথা সম্পদ প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা সেউজ পৰিবহণ সম্পৰ্কীয় কর্মশালাত মন্ত্রী সর্বানন্দ সোণোৱাল ।

জেবি কলেজলৈ চাইকেল চলাই, জাপি পিন্ধি যোৱাৰ সময়ক সুঁৱৰিলে জুবিন গাৰ্গে

জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ জাপি পিন্ধি, চাইকেল লৈ যোৱাৰ সময়ক সুৱঁৰিলে জুবিন গাৰ্গে (College where Zubeen Garg studied) ৷

2017-19ত আলফাত যোগদান কৰা কিমানজন উভতি আহিল মূল সুঁতিলৈ ?

শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰি তুলিছে । শনিবাৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে(ADGP of Special Branch Hiren Nath) এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৷ ২০১৭ চনৰ পৰা ১০১৯লৈ আলফাত যোগদান কৰা যুৱক-যুৱতীৰো তথ্য দাঙি ধৰিলে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে ৷

আক্ৰোশী নেকি অসম আৰক্ষী, দায়বদ্ধতা আয়োগ নিস্ক্ৰিয় কিয় ?

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানিক অসম আৰক্ষীয়ে আক্ৰোশমুলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগে সচেতন জনৰ মনত অসম আৰক্ষীৰ দৰে এটা সংস্থাৰ বিশ্বাস যোগ্যতাৰ প্ৰতি প্ৰশ্নৰ সৃষ্টি কৰিছে (controversy over Jignesh Mevani's arrest) । শেহতীয়া সময়চোৱাত যেন অধিক লক্ষনীয় হৈ পৰিছে অসম আৰক্ষীৰ বাধাহীন দৌৰাত্ম । পঢ়ক বিশেষ প্ৰতিবেদন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.