ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - জ্যোতিৰাদিত্য সিন্ধিয়া

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jul 10, 2021, 11:04 AM IST

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা

ইটোৰ পিছত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ এইবাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পহু খেদা খালে বিতৰ্কিত অধ্যক্ষা গৰাকীয়ে ৷

বিজেপিৰ DNA ত আছে হিটলাৰী ফেচিবাদ : কংগ্ৰেছ

অপৰাধ নিয়ন্ত্ৰণৰ নামত ৰাজ্যত হঠাত্‍ বৃদ্ধি পোৱা এনকাউণ্টাৰ (Encounter) ৰ ঘটনাক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে । ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী-ফেচিবাদী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ অভিযোগ

শুকুৰবাৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ৷ এমাহৰ ভিতৰত কাৰ্যালয়টোৰ অৰাজকতা দূৰ কৰিবলৈ লাট মণ্ডলক সকীয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷

দুৰ্বল মথাউৰিয়ে আশংকা মাতিছে শিৱসাগৰবাসীলৈ

শিৱসাগৰৰ দিখৌমুখত দুৰ্বল মথাউৰিয়ে শংকিত কৰিছে 23 খনকৈ গাঁৱৰ ৰাইজক ৷ 2013 বৰ্ষতে 1 কোটি 76 লাখ টকাৰে নিৰ্মাণ কৰা কোটি টকীয়া জিঅ' বেগ নিশ্চিহ্ন হোৱাত দুৰ্বল মথাউৰিটো ভাগি পৰাৰ আশংকা কৰিছে স্থানীয় লোকে ৷

জুলাইৰ ভিতৰত ৯০ হাজাৰ পৰিয়ালে লাভ কৰিব খোৱা পানীৰ সংযোগ

জল জীৱন মিছনৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে বৈঠক মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ । জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ ।

ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতিত নিষেধাজ্ঞা'

ক’ভিড 19 (Covid 19) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ভক্তৰ উপস্থিতি অবিহনে অনুষ্ঠিত হ’ব ৰথযাত্ৰা (Rathyatra) ৷ ক’ভিড প্ৰট’কল মানি সীমিত লোকেৰে উদযাপন কৰা হ’ব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা (Jagannath tample Rathyatra) ৷

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

যোৱা বছৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia) বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী (Central minister) হিচাপে শপত গ্ৰহণ কৰে । জ্যোতিৰাদিত্যৰ পিতৃ মাধৱৰাও সিন্ধিয়া পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আছিল ।

ক'ভিডৰ পৰা সুস্থ হৈও বাচি ল’লে আত্মহত্যাৰ প

মানসিক অন্তৰ্দন্দত ভুগি জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে গোলাঘাটৰ এজন ক'ভিড আক্ৰান্তই ৷ ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি হ’ল দধি বৰুৱা

মাজুলীবাসীয়ে বহু আশাৰে সৰ্বানন্দ সোণোৱালক (Sarbananda Sonowal) দ্বিতীয় বাৰৰ বাবে মাজুলীৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে যোৱা বাৰতকৈ দুগুণ ভোটত বিজয়ী কৰিছিল ৷ কিন্তু তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাই নিজৰ সুবিধাৰ বাবে মাজুলীৰ পৰা আঁতৰি সৰ্বানন্দ আৰু বিজেপিয়ে মাজুলী বাসীক চৰম প্ৰতাৰণা কৰিলে । জিলা সভাপতিৰ আসনত বহি এই মন্তব্য দধি বৰুৱাৰ ৷

চাম'লীৰ পুষ্প উপত্যকা দেখিছেনে ?

নানাৰঙী ফুল ফুলি থকা, বিভিন্ন ফুলৰ সুগন্ধিয়ে আমোলমোলাই থকা পাহাৰীয়া ঠাইৰ নান্দনিক দৃশ্য সকলোৱে উপভোগ কৰিব বিচাৰে । যিফালেই চকু যায়, সেইফালেই কেৱল দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশ ৷ ৰঙা, নীলা, বগা, বেঙুনীয়া...চৌদিশে ফুল আৰু ফুল । ক’ত আছে এই বিশ্ববিখ্যাত পুষ্প উপত্যকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.