ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Apr 3, 2022, 1:00 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ বাতৰি

নিজৰ মাজতে অৰিয়াঅৰি; সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য

যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ পাচত ৰাজ্যত এতিয়া নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ বিৰোধী শিবিৰত উভয়ৰে উভয়ৰ প্ৰতি মনত সন্দেহভাৱ জাগ্ৰত হ’ল ৷

Birbhum killings : গ্ৰেপ্তাৰ হোৱা 9 জনৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআয়ে

পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন অভিযুক্তৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন(CBI to conduct forensic psychological assessment in Birbhum killings) কৰাৰ সিদ্ধান্ত লৈছে ৷

ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা

শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷

Pakistan political crisis : অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

কি হ'ব ইমৰান খানৰ ভৱিষ্যত ? আজিৰ দিনটোত বিশ্ববাসীৰ দৃষ্টি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত । দেওবাৰে অনুষ্ঠিত হ'ব অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government)। ইতিমধ্যে মিত্ৰজোঁটৰ মুখ্য সহযোগী দলৰ সমৰ্থন হেৰুৱাইছে ইমৰান খানৰ দলে ।

Fuel price hike continuously : প্ৰতিদিনে ঊৰ্ধমুখী ইন্ধনৰ মূূল্য

আকৌ বাঢ়িল ইন্ধনৰ মূল্য (Fuel price hike) । যোৱা প্ৰায় দুসপ্তাহত প্ৰতিদিনে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । দেওবাৰে পুনৰ ৮০ পইচাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মূল্য বৃদ্ধি ঘটে । ২২ মাৰ্চৰ পৰা মুঠ ১০ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য ।

মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

ৰাজ্যসভা নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে' পুৰকায়স্থই শনিবাৰে ঘটালে আন এক মহাবিস্ফোৰণ (kamalakhya dey purkayastha's controversial statement against AIUDF) ।

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

মৈৰাবাৰী আৰক্ষীৰ অপৰাধমূলক কাৰ্যকলাপ(Moirabari police against all illegal activities)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে ৷

APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন

যোৱা সময়চোৱাত অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে । জানো আহক ন্যায়াধীশ শৰ্মাই ইটিভি ভাৰতক এই সন্দৰ্ভত কি ক’লে (justice Biplab kumar Sarma on APSC scam) ৷

ৰাজ্যৰ ‍১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ

কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজন কৰা শৈক্ষিক কৰ্মশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২২ খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ কৰাৰ লগতে ৮১ খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma declares establishment of model school)।

Women's World Cup 2022 Final: সমুখ সমৰত ইংলেণ্ড-অষ্ট্ৰেলিয়া

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল 2022ত আজি সমুখ সমৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া(Women's World Cup 2022 Final) ৷ অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে ছেমি ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.