ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 12, 2021, 1:10 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

পূজাৰ বতৰত ৰাইজ বঞ্চিত হ’ব নেকি বিদ্যুৎ সেৱাৰ পৰা !

সোমবাৰে অসম শক্তি বিতৰণ কোম্পানীয়ে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ সোমবাৰে এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

কেনেকৈ কিনিব কাপোৰ ! ছীল হ’ল Vishal Mega Mart

পূজাৰ পূৰ্বে বিশ্বনাথৰ বিশাল মেগা মাৰ্ট ছীল কৰি দিয়ে প্ৰশাসনে ৷ কিন্তু কিয় বিশালত ওলমিল প্ৰশাসনৰ তলা ?

ধেমাজিত নিস্তেজ পৰিৱেশৰ মাজতে উদযাপন মহা সপ্তমীৰ পূজা

ঢাক-ঢোলৰ লগতে মহা সপ্তমীৰ দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ ৷ ধেমাজিৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷

পূজা চাবলৈ শিলচৰ পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মহা সপ্তমী(Maha Saptami)ৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ(Kanchakanti Temple)ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷

মহাষষ্ঠীৰ নিশা পূজা মণ্ডপত সোমাল বাহন

কলিয়াবৰত পূজাৰ মণ্ডপতে সোমাল এখন বাহন ৷ আৰক্ষী-প্ৰশাসনৰ পূজাথলীত উপস্থিত থকাৰ পিছতো কেনেদৰে বাহনখন পূজাল সোমাল ?

কাৰ অনুমতিত দোভাগ নিশালৈ তাজ ভিভাণ্টাত চলিছিল পাৰ্টী : AJP ৰ প্ৰশ্ন

এক সংবাদমেলযোগে তাজ ভিভাণ্টাৰ নৈশ পাৰ্টী আৰু মূল্যবৃদ্ধি(Price Hike)ক লৈ মন্ত্ৰী ভৱেশ কলিতাই কৰা মন্তব্য সন্দৰ্ভত মন্তব্য অসম জাতীয় পৰিষদ(AJP)ৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ ৷

মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম

ৰঙিয়া মহকুমাৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা(Durga Puja)ত ভক্তৰ সমাগম ৷ মহাষষ্ঠীৰ দিনা সহস্ৰাধিক ভক্তই ভিৰ কৰিলেহি পূজা মণ্ডপসমূহত ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল(Covid Protocol) মানি ভক্তপ্ৰাণ ৰাইজে দেৱীৰ আশীষ লয় ৷ পূজা কমিটিসমূহৰ বাদেও পূজাথলীত স্থাপন কৰা অস্থায়ী দোকানসমূহেও ক’ভিড নীতি মানি সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ সমাপ্ত, ৩ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ৰ ৩ সন্ত্ৰাসবাদী নিহত । সোমবাৰে জিলাখনৰ ইমামচাহাব অঞ্চলৰ তুলাৰণত প্ৰথমতে গুলীচালনা আৰম্ভ হৈছিল । মঙলবাৰে পুৱা শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ অভিযানৰ অন্ত পৰে ।

Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

বৃদ্ধ কৃষক আৰু তেওঁলোকৰ কৃষিৰ কৌশলক সন্মান জনাই প্ৰতিবছৰে 12 অক্টোবৰৰ দিনটো ‘Old Farmers Day’ অৰ্থাৎ ‘বৃদ্ধ কৃষক দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ কৃষিত ব্যৱহাৰ কৰা পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰি সেইবোৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷

কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ তনয় !

কিছুদিন কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৷ এতিয়াও জামিনৰ পথ প্ৰশস্ত হোৱা নাই মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.