ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 11, 2021, 1:06 PM IST

1 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 1 pm
1 বজাৰ দহটা শীৰ্ষ বাতৰি

কি কি জীৱ-জন্তু, অৰ্কিডেৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ?

২৩৪'২৬ বৰ্গ কিলোমিটা মাটি কালিৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ১০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে ৫ টা প্ৰজাতিৰ ধনেশ পক্ষী আছে ৷ আৰু কি কি পোৱা যায় দিহিং-পাটকাইত ?

বিশ্বনাথৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২ অভিযুক্তক আটক

বিশ্বনাথ চাৰিআলিৰ মাজুলীগড় চাহ বাগিচা (Majuligarh Tea Estate)ৰ চিকিৎসক বসন্ত কুমাৰ গোস্বামী (Basanta Kumar Goswami)ক আক্ৰমণ কৰা ঘটনাৰে জড়িত থকাৰ অভিযোগত ২ জনক আটক । নিশা বিশ্বনাথ আৰক্ষীয়ে (Biswanath Police)দুয়োকে আটক কৰে । ধৃত লোক দুজন অজিত তাঁতি আৰু সুজিত তাঁতি ।

আমগুৰি আৰক্ষীৰ জালত অবৈধভাৱে সৰবৰাহ কৰা লালীগুড়ৰ বাহন

বৃহস্পতিবাৰে নিশা আমগুৰি আৰক্ষীৰ জালত পৰে অবৈধভাৱে সৰবৰাৰহ কৰা তিনিখনকৈ লালীগুড়ৰৰ বাহন ৷ এই সন্দৰ্ভত আটক কৰা হৈছে 6 জন লোকক ৷

চুৰিকাণ্ডৰ 24 ঘন্টাৰ ভিতৰতে তেজপুৰ আৰক্ষীয়ে ধন সহ আটক কৰিলে চোৰক

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক কঠোৰ আৰু সক্ৰিয় ৰূপত দেখা গৈছে শোণিতপুৰ জিলা আৰক্ষীক ৷ চুৰিকাৰ্য সংঘটিত হোৱাৰ 24 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিলে চুৰি হোৱা ধন সহ দুই চোৰক ৷

উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

হোজাই জিলা উদালী কাণ্ডৰ (Udali doctor attack) লগত জড়িত এজন অভিযুক্তক লংকা আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

নামৰূপ চাহ বাগিচাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

বৃহস্পতিবাৰে দুপৰীয়া নামৰূপ চাহ বাগিচা (Namrup Tea Estate)ৰ 6 নং লাইনৰ এজন শ্ৰমিকৰ বাসগৃহৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ

বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান । এইবাৰ অভিযানত উৎখাত বৃহৎ জালনোট চক্ৰ । নগাঁৱত জালনোটৰ ব্যৱসায় নাগালেণ্ডৰ মহিলাৰ । জব্দ কেইবালাখ টকাৰ জালনোট ।

গভীৰ সংকটত ৰঙিয়াৰ বাছৰ মালিক আৰু কৰ্মচাৰী

আতঃজিলা যাতায়ত বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গভীৰ সংকটত পৰিছে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ চলাচল কৰা বাছৰ মালিক, চালক আৰু কৰ্মচাৰীসকল ৷ উপাৰ্জনৰ একমাত্ৰ পথটো বন্ধ হৈ পৰাত এতিয়া এসাঁজ খাদ্যৰ বাবে চিন্তা কৰিবলগীয়া হৈছে এইসকল লোকে ৷

তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি

তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত পুনৰ বনদস্যুৰ দপদপনি । বুধবাৰে দিনৰ ভাগত হোলোং গছ কাটি থকাৰ সময়তে বনকৰ্মীয়ে গুলিচালনা কৰাত কাঠফলা যন্ত্ৰচালিত কৰত এৰি পলায়ন কৰে বনদস্যু ।

ছাত্ৰ সংহতি দিৱস পালন কৰিলে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই

সদৌ অসম ছাত্ৰ সন্থাই (AASU) প্ৰতিবছৰে ১০ জুন তাৰিখটো ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে । ক'ভিড (Covid)ৰ ভয়াৱহতাৰ বাবে আছু কৰ্মী সকলে মৰাণ মহাবিদ্যালয় চৌহদত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে অনুষ্টুপীয়াকৈ ছাত্ৰ সংহতি দিৱস পালন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.