ETV Bharat / state

মহানগৰীত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্মদিন পালন - জন্মদিন

গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপতে থকা ষ্টুডিঅ' জিৰচংত শনিবাৰে মামণি ৰয়ছম গোস্বামীৰ জন্মদিন পালন কৰা হয় ।

জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্মদিন পালন
author img

By

Published : Sep 15, 2019, 1:58 PM IST

Updated : Sep 15, 2019, 3:04 PM IST

গুৱাহাটী, 15 ছেপ্তেম্বৰঃ জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্মদিন উপলক্ষে শনিবাৰে গুৱাহাটীত এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

জিৰচঙত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ শুভ জন্মদিন পালন

অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ দুলাল ৰয় ৷ ষ্টুডিঅ' জিৰচঙৰ স্বত্বাধিকাৰী ৰবিজিতা গগৈয়ে মামণি ৰয়ছম গোস্বামীৰ ওপজা দিনটোত ষ্টুডিঅ'টোৰ জন্ম হোৱাৰ বাবে প্ৰতি বছৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, য'ত অভিজ্ঞ কলা- কুশলীৰ লগত অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Intro:মামণি ৰয়ছম গোস্বামীৰ আজি শুভ জন্মদিন। জন্মদিনতিৰ লগত সংগতি ৰাখি এক অনুষ্ঠান আয়োজন কৰা দীঘলীপুখুৰীৰ সমীপতে থকা ষ্টুডিঅ জিৰচং ত।এই অনুষ্ঠানত আয়োজন কৰা অন্তৰংগ আলাপত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নাট্যকাৰ দুলাল ৰয়।

Body:আন্তৰিক আলাপৰ ভাগ বতৰাৰে সন্ধ্যায়াটি অধিক জীপাল কৰিবৰ বাবে উপস্থিত থাকে নাট্যকাৰ দুলাল ৰয়। ব্যক্তিগত বহু অভিজ্ঞতা উপস্থিত সকলোৰে লগত প্ৰকাশ কৰাৰ লগতে নাটকৰ বহু টিপছ দিয়ে নাট্যকাৰ জনে। ষ্টুডিঅ জিৰচং ৰ স্বত্বাধিকাৰী ৰবিজিত গগৈয়ে এই অনুষ্ঠান সম্পৰ্কত কয় যে মামণি ৰয়ছম গোস্বামীৰ ওপজা দিনটোত এই ষ্টুডিঅ টিৰ জন্ম হোৱাৰ হেতুকে প্ৰতি বছৰে এক বিশেষ অনুষ্ঠান আয়োজন কৰা হব যত অভিজ্ঞ কলা কুশলীৰ লগত অন্তৰংগ আলাপ অনুস্থান কৰা হব।
bite:-ৰবিজিত গগৈ।

Conclusion:
Last Updated : Sep 15, 2019, 3:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.