ETV Bharat / state

গুৱাহাটীত কুঁৱাত পৰি মৃত্যু নাহৰফুটুকীৰ

author img

By

Published : Sep 14, 2020, 11:58 AM IST

কুঁৱাত পৰি মৃত্যক সাৱটি লয় এটা নাহৰফুটুকীয়ে ৷ জানিব পৰা মতে, নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল নাহৰফুটুকীটো ৷ মহানগৰীৰ তেতেলীয়াৰ গণেশমন্দিৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ত হঠাৎ কুঁৱাত পৰে বাঘটো ৷ প্ৰায় ডেৰ ঘণ্টা ধৰি কুঁৱাৰ ভিতৰত মৃত্যুৰ লগত যুঁজ দিয়াৰ অন্তত মৃত্যু হয় বাঘটোৰ ৷

Tiger die  a well in Guwahati
গুৱাহাটীত কুঁৱাত পৰি মৃত্যু নাহৰফুটুকী বাঘৰ

গুৱাহাটী,14ছেপ্তেম্বৰঃ মহানগৰী গুৱাহাটীত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ৷ উন্মুক্ত কুঁৱাত পৰি মৃত্যুক সাৱটি লয় এটা নাহৰফুটুকীয়ে ৷ জানিব পৰা মতে, নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল নাহৰফুটুকীটো ৷ মহানগৰীৰ তেতেলীয়াৰ গণেশমন্দিৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ত হঠাৎ উন্মুক্ত কুঁৱাত পৰি যায় বাঘটো ৷ প্ৰায় ডেৰ ঘণ্টা ধৰি কুঁৱাত মৃত্যুৰ লগত যুঁজ দিয়াৰ অন্তত মৃত্যু হয় নাহৰফুটুকীটোৰ ৷

অন্যহাতে এই ঘটনাৰ পিছতে স্থানীয় লোকে নাহৰফুটুকীটোক প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী, ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বন বিভাগক খবৰ দিয়ে ৷ কিন্তু তেওঁলোক অহাৰ পূৰ্বেই মৃত্যু হয় নাহৰফুটুকীটোৰ । ঘটনাস্থলীত উপস্থিত হৈ খানামুখ বন বিভাগৰ লোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি চমজি লয় ৷

লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নতুন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.