ETV Bharat / state

উগ্ৰতাৰাৰ পাচত মহানগৰীৰ কোন নামঘৰত চুৰিকাণ্ড? - ইটিভি ভাৰত অসম

নামঘৰটোৰ সোণৰ পদুম আৰু কেইবাটাও ৰূপৰ আঙুঠি নিয়াৰ লগতে দুবছৰৰ পৰা নোখোলাকৈ থোৱা দানপাত্ৰটোৰ টকা লৈ যায় চোৰে । আনহাতে, স্থানীয় ৰাইজে ইতিমধ্যে ঘটনা সন্দৰ্ভত লতাশিল থানাত দাখিল কৰিছে এজাহাৰ ।

উজান বজাৰৰ বৰখেলিয়া নামঘৰত চুৰিকাণ্ড
author img

By

Published : May 5, 2019, 9:52 PM IST

গুৱাহাটী, 5 মে': উগ্ৰতাৰা পাচত এইবাৰ উজান বজাৰৰ বৰখেলিয়া নামঘৰত চুৰিকাণ্ড । 1947 চনতে নিৰ্মাণ কৰা নামঘৰটোত চোৰে লুটি নিলে ধনৰ লগতে বহু মূল্যৱান সামগ্ৰী । নামঘৰৰ দানপাত্ৰ আ-অলংকাৰৰ লগতে সোণ আৰু ৰূপৰ বহু সামগ্ৰী নিশা তলা ভাঙি লুটি নিয়ে চোৰে ।

উজান বজাৰৰ বৰখেলিয়া নামঘৰত চুৰিকাণ্ড

জানিব পৰামতে নামঘৰটোৰ সোণৰ পদুম আৰু কেইবাটাও ৰূপৰ আঙুঠি নিয়াৰ লগতে দুবছৰৰ পৰা নোখোলাকৈ থোৱা দানপাত্ৰটোৰ টকা লৈ যায় চোৰে । আনহাতে, স্থানীয় ৰাইজে ইতিমধ্যে ঘটনা সন্দৰ্ভত লতাশিল থানাত দাখিল কৰিছে এজাহাৰ ।

Intro:উজান বজাৰৰ বৰখেলিয়া নামঘৰত চুৰি ।1947 চনতে নিৰ্মান হোৱা নামঘৰত চোৰে লুটি নিলে টকাৰ লগতে বহু মূল্যৱান সামগ্ৰী। নামঘৰৰ দানপাত্ৰ আ অলংকাৰ লগতে সোণ আৰু ৰূপৰ বহু সামগ্ৰী নিশা তলা ভাঙি লুটি নিলে।

Body:জানিব পৰা মতে সোণৰ পদুম আৰু কেইবাটাও ৰূপৰ আঙুঠি নিয়াৰ লগতে দুবছৰৰ পৰা নোখোলাকৈ থোৱা নামঘৰৰ দানপাত্ৰটো ৰ টকা লৈ যায় চোৰে।স্থানীয় ৰাইজে ইতিমধ্যে ঘটনা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল কৰিছে ।
Bite:-স্থানীয় লোক।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.