ETV Bharat / state

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ

গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 7 আগষ্টত গুৱাহাটীৰ তাপমাত্ৰাই 39.2 ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰাৰ বিপৰীতে সোমবাৰৰ দিনটোতো গুৱাহাটীৰ তাপমাত্ৰা অব্যাহত থাকিল 39.1 ডিগ্ৰী ছেলছিয়াছলৈ

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ
author img

By

Published : Aug 12, 2019, 7:59 PM IST

গুৱাহাটী, 12 আগষ্টঃ উৎকট গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক ৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আগষ্ট মাহৰ প্ৰথম সপ্তাহতে গুৱাহাটী মহানগৰীয়ে স্পৰ্শ কৰিছে সৰ্বোচ্চ তাপমাত্ৰা ৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 7 আগষ্টত গুৱাহাটীৰ তাপমাত্ৰাই 39.2 ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰাৰ বিপৰীতে সোমবাৰৰ দিনটোতো গুৱাহাটীৰ তাপমাত্ৰা অব্যাহত থাকিল 39.1 ডিগ্ৰী ছেলছিয়াছলৈ ৷ উল্লেখযোগ্য যে, বংগোপসাগৰৰ ওপৰৰে দক্ষিণ দিশৰ পৰা অহা বায়ুৰ চাপ হ্ৰাস হোৱা বাবে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে ৷ অৱশ্যে আগন্তুক চাৰি দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ আৰু বিজুলি ঢেৰেকণিৰ সম্ভাৱনা আছে যাৰ ফলত গৰমৰ মাত্ৰাও হ্ৰাস পাব পাৰে ৷

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ

গুৰুত্বপূৰ্ণ যে,বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সম্ভাৱনাক সত্য প্ৰমাণিত কৰি সোমবাৰে বিয়লি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাতৰ লগতে ধুমুহা বতাহ অহা দেখা গ'ল ৷ লগে লগে ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু সকাহ পাব বুলি আশা কৰিছে ৷

Intro:উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আজিৰ দিনটোত গুৱাহাটীত চুলেগৈ সৰ্বোচ্চ তাপমাত্ৰাই । গৰমৰ প্ৰকোপৰ পৰা সকলোৱে বিছাৰিছে পৰিত্ৰান । প্ৰতিবেদন ।
Body:Vo..উহ,বৰ গৰম । উৎকট গৰম গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক । গৰমৰ পৰা পৰিত্ৰান বিছাৰিছে সকলোৱে । কোনোৱে যদি গৰমৰ পৰা পৰিত্ৰান বিছাৰি খাইছে শীতল পানী,কোনোৱে আকৌ ছাতি লৈ ওলাইছে বাহিলৰলৈ,আকৌ কোনোবাই বিচনিৰে বিচি বিছাৰিছে পৰিত্ৰান মুঠৰ সকলোকে এই গৰমৰ পৰা লাগে পৰিত্ৰান । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আজিৰ দিনটোত গুৱাহাটীয়ে চুলেগৈ সৰ্বোচ্চ তাপমাত্ৰা । সৰ্বোচ্চ তাপমাত্ৰাই পূৰ্বৰ অভিলেখ ভংগ কৰি আগষ্ট মাহৰ বুধবাৰৰ ৭ আগষ্টত গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান আছিল 39.2 ডিগ্ৰী ছেলচিয়াছ । আজি গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা আছিল 39.1 ডিগ্ৰি ছেলছিয়াছ । বংগোপসাগৰ ওপৰৰে দক্ষিণ দিশৰ পৰা অহা বায়ুৰ চাপ হ্ৰাস হোৱা বাবে অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে । যাৰ বাবে বায়ুৰ চাপ কমাৰ ফলত অধিক গৰমৰ অনুমান গৈছে ৰাজ্যত । অৱশ্যে এই গৰমৰ কিছু সকাহ পোৱাৰ আকংশা আছে ৰাজ্যবাসীয়ে কিয়ণো আগন্তুক ৪ দিনলৈ অসমৰ তথা উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ আৰু বিজুলি ধেৰেকনিৰ সম্ভাৱনা আছে । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।Conclusion:সচাই এই গৰমে বাৰুকয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক হয়টো সীঘ্ৰে কিছু গৰমৰ পৰা পৰিত্ৰান ৰাজ্যবাসীয়ে ।

Bite..বতৰ বিজ্ঞানী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk if possible please make a small package this)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.