ETV Bharat / state

মহানগৰীৰ বি বৰুৱা কলেজত 'ৰত্নাকৰ' - ৰত্নাকৰ ছবিখনৰ প্ৰচাৰ কাৰ্যসূচী

মহানগৰীৰ বি বৰুৱা কলেজত টীম ৰত্নাকৰ৷ অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়লৈ গৈ প্ৰচাৰ চলাইছে ৰত্নাকৰ টীমে

মহানগৰীৰ বি বৰুৱা কলেজত টীম ৰত্নাকৰ
author img

By

Published : Sep 15, 2019, 3:30 PM IST

গুৱাহাটী,15 ছেপ্টেম্বৰঃকাঞ্চনজংঘাৰ পিছত ছবিগৃহলৈ আহি আছে ৰত্নাকৰৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলি আছে ছবিখনৰ প্ৰচাৰ কাৰ্যসূচী ৷ অসমৰ প্ৰতিখন কলেজ প্ৰতিখন ঠাইলৈ গৈ ছবিখনৰ প্ৰচাৰ কৰিছে ৰত্নাকৰ ছবিৰ সকলো কলা-কুশলীয়ে । শনিবাৰে বি বৰুৱা কলেজত ৰত্নাকৰ ছবিৰ কলা কুশলীয়ে ছবিখনৰ প্ৰচাৰ চলাই সকলোকে ছবিখন চাবলৈ অনুৰোধ কৰে।

Intro:কাঞ্চনজঙ্ঘা ছবিৰ পিছতে এইবাৰ অসমীয়া ছবি ৰত্নাকৰ ছবি গৃহলৈ আহি আছে।ৰত্নাকৰ ছবিৰ প্ৰচাৰত অসমৰ প্ৰতিখন কলেজ প্ৰতিখন ঠাইলৈ গৈ ছবিৰ প্ৰচাৰ কৰিছে ৰত্নাকৰ ছবিৰ সকলো কলাকুশলীয়ে ।

Body:14 তাৰিখ শনিবাৰে বি বৰুৱা কলেজত ৰত্নাকৰ ছবিৰ কলা কুশলিয়ে সকলোকে ছবি চাবলৈ অনুৰোধ কৰে। এই ছবিত ৰোমাঞ্চ , একচন , ট্ৰেজেদি সকলো একেলগে পাব বুলি কলে ছবিৰ অভিনেতা লগতে পৰিচালক যতীন বৰাই।

Conclusion:ছবি খনিত কণ্ঠদান কৰা শিশু কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য ৰ কণ্ঠ ই সকলোকে মুহিবলৈ সক্ষম হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.