ETV Bharat / state

IT Department raid in Sonapur: যোৰাবাটৰ ১৫ মাইলস্থিত কয়লা ডিপোত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Nov 2, 2022, 12:54 PM IST

সোণাপুৰত আয়কৰ বিভাগৰ বৃহৎ অভিযান(Tax department raids in Sonapur) ৷ সুৰেশ ঠাকুৰীয়া নামৰ এজন লোকৰ বাসগৃহত চলিছে এই অভিযান ৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই অভিযানৰ (IT Department raid in Sonapur) ৷

Tax department raid in Sonapur
যোৰাবাটৰ ১৫ মাইলস্থিত কয়লা ডিপোত আয়কৰ বিভাগৰ অভিযান
  • সোণাপুৰত আয়কৰ বিভাগৰ বৃহৎ অভিযান(Tax department raids in Sonapur)
  • সুৰেশ ঠাকুৰীয়া নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত চলিছে এই অভিযান
  • পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই অভিযানৰ (IT Department raid in Sonapur)
  • লোকজনৰ যোৰাবাটৰ ১৫ মাইলস্থিত কয়লা ডিপোতো চলিছে অভিযান
  • এই পৰ্যন্ত সাংবাদিকৰ প্ৰৱেশত অনুমতি প্ৰদান কৰা নাই আয়কৰ বিভাগে
  • উল্লেখ্য যে, আজি মহানগৰীৰ কেইবাটাও স্থানত চলিছে আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.