ETV Bharat / state

কেব আৰু এন আৰ চিক লৈ বিজেপিক আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - সমগ্ৰ ভাৰতত NRC প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিজেপিক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । প্ৰথমে এন আৰ চি প্ৰকাশ পাওঁতে দম্ভালি মৰা বিজেপিয়ে এতিয়া কিয় সন্তুষ্ট নহয় এন আৰ চিক লৈ প্ৰশ্ন গগৈৰ ।

কেব আৰু এন আৰ চিক লৈ বিজেপিক আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
author img

By

Published : Nov 22, 2019, 11:00 PM IST

গুৱাহাটী, 22 নৱেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশতে এন আৰ চি প্ৰৱৰ্তন কৰাৰ ঘোষণা কৰাক লৈ শুকুৰবাৰে সংবাদমেল আয়োজন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া ৷ বিজেপিক তীব্ৰ আক্ৰমণ কৰি গগৈয়ে কয়,বিজেপিয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন সময়ত কিছুমান হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বিজেপিৰ এইটো কৌশল ৷ 2014 চনৰ লোকসভা নিৰ্বাচনত দেশবাসীক প্ৰদান কৰা প্ৰতিশ্ৰুতি বিজেপিয়ে এতিয়া পাহৰিলে। প্ৰতিবছৰে দুই কোটি চাকৰি দিয়াৰ কথা কোৱা বিজেপিৰ শাসনকালত প্ৰতিদিনে লাখ-লাখ লোকে হেৰুৱাইছে চাকৰি,দেশৰ অৰ্থনীতি বিধস্ত হৈছে।

কেব আৰু এন আৰ চিক লৈ বিজেপিক আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

অসমত প্ৰথমে এন আৰ চি প্ৰকাশ পোৱাত বিজেপিয়ে দম্ভালি মাৰি কৈছিল কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি কৰিলো। এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশ পোৱাৰ পিছত 40 লাখ মানুহৰ নাম বাদ পৰাত অমিত শ্বাহে কৈছিল 40 লাখ মানুহ বিদেশী ৷ এতিয়া এন আৰ চিৰ পূৰ্ণাংগ তালিকাৰ পৰা বাদ পৰা 19 লাখ লোকৰ ভিতৰত অধিক সংখ্যক হিন্দু বাঙালী আৰু এই সকল ভাৰতীয় লোক ।

এন আৰ চিক লৈ আগতে গৌৰৱ কৰিছিল অমিত শ্বাহে কটাক্ষ গগৈৰ

এন আৰ চিৰ উদ্দেশ্য আছিল বিদেশী চিনাক্ত কৰা,এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই স্বদেশীকে বিদেশী সাজিছে। অমিত শ্বাহে সমগ্ৰ ভাৰততে পুনৰ এন আৰ চি কৰাৰ কথা কৈ আছে। অমিত শ্বাহই যদি অসমৰ এন আৰ চি নাকচ কৰিলে,কাৰণ জনাব লাগিব বুলি অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্রীয় নাগৰিক পঞ্জিকলৈ বিজেপিক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। প্ৰথমে এন আৰ চি প্ৰকাশ পাওঁতে দম্ভালি মৰা বিজেপিয়ে এতিয়া কিয় সন্তুষ্ট নহয় এন আৰ চিকলৈ প্ৰশ্ন তৰুণ গগৈৰ।

Body:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহই সমগ্ৰ দেশতে এন আৰ চি প্ৰৱৰ্তন কৰাৰ ঘোষণা কৰাকলৈ আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এক সংবাদমেল অনুষ্ঠিত কৰি গগৈয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় বিজেপিয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন সময়ত কিছুমান হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। গগৈয়ে কয় বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দেশবাসীক প্ৰদান কৰা প্ৰতিশ্ৰুতি পাহৰিলে। প্ৰতিবছৰে দুই কোটি চাকৰি দিয়াৰ কথা কোৱা বিজেপিৰ শাসনকালত প্ৰতিদিনে লাখ লাখ লোকে চাকৰি হেৰুৱাইছে, দেশৰ অৰ্থনীতি বিধস্ত হৈছে। অসমৰ প্ৰথমে এন আৰ চি প্ৰকাশ পোৱাত বিজেপিয়ে দম্ভালি মাৰি কৈছিল কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি কৰিলোঁ। এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশ পোৱাৰ পিছত ৪০ লাখ মানুহৰ নাম বাদ পৰাত অমিত শ্বাহই এই ৪০ লাখ মানুহক বিদেশী বুলি কৈছিল। এন আৰ চিৰ পূৰ্ণাংগ তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত অধিক সংখ্যক হিন্দু বাঙালী আৰু এই সকল ভাৰতীয় লোক। এন আৰ চিৰ উদ্দেশ্য আছিল বিদেশী চিনাক্ত কৰা, এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই স্বদেশীকে বিদেশী সাজিছে। অমিত শ্বাই এন আৰ চিক নাকছ নকৰাকৈ অসমৰ পুনৰ এন আৰ চি কৰাৰ কথা কৈ আছে। অমিত শ্বাহই যদি অসমৰ এন আৰ চি নাকছ কৰিলে, কাৰণ জনাব লাগিব বুলি অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:গগৈয়ে লগতে কয় যে কেব গৃহীত হ'লে এন আৰ চি পেলনীয়া কাগজ হ'ব বুলি পূৰ্বে কৈছিলোঁ। অসম চুক্তি অসমৰ মানুহে মানি লৈছে, এতিয়া এন আৰ চিৰ ভিত্তিবৰ্ষ কেনেকৈ ১৯৫১ চন হ'ব বুলিও প্ৰশ্ন কৰে তৰুণ গগৈয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.