ETV Bharat / state

বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ - লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰ

গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰে উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কৰা সহযোগৰ বাবে গ্ৰেপ্তাৰ হোৱা কামৰুল ইছলাম চৌধুৰী আৰু ধ্ৰুৱজ্যোতি গগৈক কাৰাগাৰত সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী
কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী
author img

By

Published : Jan 29, 2020, 10:26 PM IST

গুৱাহাটী,29 জানুৱাৰীঃ বুধবাৰে গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কৰা সহযোগৰ বাবে গ্ৰেপ্তাৰ হোৱা কামৰুল ইছলাম চৌধুৰী আৰু ধ্ৰুৱজ্যোতি গগৈক কাৰাগাৰত সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সাক্ষাতৰ পিছত গগৈয়ে দুয়োগৰাকী কংগ্ৰেছ নেতাই কা ৰ বিৰুদ্ধে শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰিছিল বুলি প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী

আনহাতে,বিজেপি দলে দমন নীতিৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক দমন কৰিবলৈ বিচৰা বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ "কংগ্ৰেছ কৰ্মীসকলক কাৰাগাৰত বন্ধ কৰি চৰকাৰে দমন নীতি চলাইছে । গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সকলো কংগ্ৰেছ কৰ্মীৰ লগত আমি সদায় আছো । কোনোধৰণৰ প্ৰমাণ নোহোৱাৰ পাছতো কংগ্ৰেছ কৰ্মীসকলক কাৰাগাৰত থোৱা হৈছে । এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ দলে মানৱ অধিকাৰ আয়োগৰ ওচৰত উপযুক্ত উত্তৰ বিচাৰিব বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে চাওকঃঅসমীয়া যুৱকৰ বলুকাৰে নিৰ্মাণ বাগদেবী

Intro:কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ Body:গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰে কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ
উপস্থিত হৈ কা আন্দোলনত সহযোগ কৰাৰ বাবে কামৰুল ইছলাম চৌধুৰীক আৰু ধ্ৰুবজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰাৰ পাছত সাক্ষাত কৰি খবৰ লয় কংগ্ৰেছী নেতা দুজনৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী দুই কংগ্ৰেছ নেতাক সাক্ষাত কৰি কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত সংবাদমাধ্যমৰ আগত কয় যে কামৰুল ইছলাম চৌধুৰী আৰু ধ্ৰুবজ্যোতি গগৈয়ে কা ৰ বিৰূদ্ধে শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাৰ পাচতো এজনক ১৭ তকৈ আৰু আনজনৰ ১৮ তাকৈ ধাৰা লগোৱা হৈছে। বিজেপি দলে দমন নীতিৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে চলি থকা আন্দোলনক দমন কৰিবলৈ বিচাৰিছে। কংগ্ৰেছ কৰ্মীক জেলত বন্ধ কৰি চৰকাৰে দমন নীতি চলাইছে। গণতান্ত্ৰিকভাবে আন্দোলন কৰা সকলো কংগ্ৰেছ কৰ্মীৰ লগত আমি সদায় আছো। কোনো ধৰণৰ প্ৰমাণ নোহোৱাৰ পাছতো কংগ্ৰেছ কৰ্মীক জেলত ভৰোৱা হৈছে। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ দলে মানৱ অধিকাৰ আয়োগৰ কোনোধৰনৰ প্ৰমান নোহোৱাকৈ এনেদৰে গ্ৰেপ্তাৰ কৰি ৰখাটো উচিত হোৱা নাই বুলি মন্তব্য কৰে

Bite তৰুন গগৈ Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.