ETV Bharat / state

ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰাস্থিত অস্থায়ী কাৰ্যালয় - গুৱাহাটী

প্ৰায় 70 কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ সংযোগ

ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰা স্থিত অস্থায়ী কাৰ্যালয়
author img

By

Published : Apr 17, 2019, 12:00 PM IST

গুৱাহাটী, 17 এপ্ৰিলঃ বুধবাৰে পুৱতি নিশা মহানগৰীত অহা ধুমুহাৰ ফলত ব্যাপক ক্ষতিসাধন হয় ৷ প্ৰায় 70 কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ দ্বাৰা নিৰ্মিত হেলিপেডৰ অস্থায়ী কাৰ্যালয় সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় ৷

ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰা স্থিত অস্থায়ী কাৰ্যালয়

আনহাতে ধুমুহাৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত ব্যাপক ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে ৷ লগতে মহানগৰীৰ ঘাইপথত গছ বাগৰি পৰে কেবাঠাইতো ৷ ইপিনে ধুমুহাৰ ফলত মহানগৰীৰ বিদ্যুৎ সেৱাও সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে ৷

Intro: ধুমুহাৰ ফলত ক্ষতিসাধন ভাৰতীয় জনতা পাৰ্টীৰ খানাপাৰা স্থিত খেলপথাৰত থকা অস্থায়ী কাৰ্যালয়।

Body:প্ৰায় ৭০ কিলোমিটাৰ বেগেৰে অহা বুধবাৰৰ পুৱতি নিশা অহা ধুমুহাৰ ফলত ব্যয়পক ক্ষতিসাধন হৈছে খানাপাৰা ইস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা নিৰ্মাত হেলিপেডৰ অস্থায়ী কাৰ্যালয়। ধুমুহাৰ ফলত সম্পূৰ্ণ ভাবে ক্ষতিসাধন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ খানাপাৰা স্থিত খেলপথাৰত থকা অস্থায়ী কাৰ্যালয়। আনহাতে ধুমুহাৰ ফলত ব্যয়পক ক্ষতিসাধন গুৱাহাটীত। গুৱাহাটী মহানগৰীৰ ঘাইপথত বিভিন্ন ঠাইত গছ বাবে পৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। ধুমুহাৰ ফলত গুৱাহাটী মহানগৰীৰ বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.