ETV Bharat / state

ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান

author img

By

Published : May 14, 2019, 2:48 PM IST

মহানগৰীৰ আদাবাৰী সেনাৰ শিবিৰৰ সমীপত, ধুমুহাৰ প্ৰকোপত বিদ্যুৎ পৰিবাহী তাৰঁৰ ওপৰত গছ বাগৰি পৰাৰ ফলত 8 ঘন্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ৷

ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান

গুৱাহাটী, 14 মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে মহানগৰীতো ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৷ প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত মহানগৰীত বহু গছ-গছনি উভালি পৰাৰ লগতে বহু সা-সম্পতিৰ ক্ষতি সাধন হয় ৷ ইপিনে মহানগৰীৰ আদাবাৰী সেনাৰ শিবিৰৰ সমীপত, ধুমুহাৰ প্ৰকোপত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলত 8 ঘন্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ৷

etv bharat
ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান

আনহতে মঙলবাৰে পুৱা অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাগৰি পৰা গছ-গছনি সমূহ চাফা কৰাৰ লগতে বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে ৷

Power services have been disrupted for nearly eight hour along the greater Adabari area due to a tree fell on electric wires following uprooted late night at Adabari main Road near Adabari army camp.
A heavy rain and storm hit the trees that force to uproot and damages properties.
The uprooted trees hit the electric wires and disrupted the power services along the area.
Officials and jawans from Aasam fire and emergency services are rendering their services to cleaned up the uprooted trees and restoration of power services since morning.

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.