ETV Bharat / state

চুৰি বাইক ক্ৰয় কৰি বিপদত সোণাপুৰৰ ৪ যুৱ - GUWAHATI

এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত সোণাপুৰ সহৰাৰ গোপাল কৰ্মকাৰ,দিগাৰুৰ বিশাল দলৈ,সূৰজ কুমাৰ বড়ো আৰু কমাৰকুছিৰ বলেন বড়ো নামৰ ৪ যুৱকক আটক এছ টি এফৰ

চুৰি বাইক ক্ৰয় কৰি বিপদত সোণাপুৰৰ ৪ যুৱ
author img

By

Published : Jun 17, 2019, 9:23 PM IST

গুৱাহাটী, 17 জুনঃ চুৰি বাইক ক্ৰয় কৰি বিপদত পৰিল সোণাপুৰৰ ৪ যুৱক ৷ দেওবাৰে নিশা সোণাপুৰত চলিল এছ টি এফৰ অভিযান ৷ বাইক চুৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত সোণাপুৰৰ বিভিন্ন অঞ্চলৰ পৰা তিনিখন স্কুটি, এখন কে টি এম বাইকসহ ৪ জন যুৱকক আটক কৰে এছ টি এফৰ অভিযানকাৰী দলটোৱে ৷ এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত সোণাপুৰ সহৰাৰ গোপাল কৰ্মকাৰ,দিগাৰুৰ বিশাল দলৈ,সূৰজ কুমাৰ বড়ো আৰু কমাৰকুছিৰ বলেন বড়ো নামৰ এই ৪ যুৱকক আটক কৰে।

চুৰি বাইক ক্ৰয় কৰি বিপদত সোণাপুৰৰ ৪ যুৱ

উক্ত যুৱক কেইজনে চুৰি বাইক ক্ৰয় কৰিছিল । ইয়াৰে দুখন স্কুটি আৰু এখন কে টি এম বাইক নম্বৰ বিহীন । আন এখন স্কুটিৰ নম্বৰ AS-01DB-2590। ঘটনা সন্দৰ্ভত এ এছ টি এফে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Intro: চুৰি বাইক ক্ৰয় কৰি বিপদত পৰিল সোণাপুৰৰ ৪ যুৱক

Body:এছ টি এফে দেওবাৰে নিশা এক অভিযান চলায় সোণাপুৰৰ বিভিন্ন অঞ্চলৰ পৰা তিনিখন স্কুটি এখন কে টি এম বাইকসহ ৪ জন যুৱকক আটক কৰে। এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় এছ টি এফৰ এটা দলে সোণাপুৰ সহৰাৰ গোপাল কৰ্মকাৰ, দিগাৰুৰ বিশাল দলৈ, সূৰজ কুমাৰ বড়ো আৰু কমাৰকুছিৰ বলেন বড়ো নামৰ এই ৪ যুৱকক আটক কৰে।

Byte

Conclusion:উক্ত যুৱক কেইজনে চুৰি বাইক ক্ৰয় কৰিছিল। ইয়াৰে দুখন স্কুটি আৰু এখন কেটিএম বাইক নম্বৰ বিহীন। আন এখন স্কুটিৰ নম্বৰ AS01 DB 2590। বৰ্তমান ঘটনা সন্দৰ্ভত এ এছ টি এফে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.