ETV Bharat / state

মাডাৰ বৃদ্ধাৱাসত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ জন্মদিন উদযাপন

author img

By

Published : Oct 28, 2020, 7:57 AM IST

জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে মঙলবাৰে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ জন্মদিনটো ৷ জন্মদিন উপলক্ষে মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসত উপস্থিত হৈ জন্মদিনৰ কেক্ কাটি আইতাসকলৰ সৈতে বহু সময় পাৰ কৰে কল্পনা পাটোৱাৰীয়ে ৷

Singer Kalpana Patowary celebrated her birthday in Mother old age home
মাডাৰ বৃদ্ধাৱাসত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ জন্মদিন উদযাপন

গুৱাহাটী,28 অক্টোবৰ : মঙলবাৰে গুৱাহাটী মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী ৷ কণ্ঠশিল্পীগৰাকীৰ জন্মদিন উপলক্ষে তেওঁ কেক্ কাটি বৃদ্ধাৱাসৰ আইতাসকলৰ সৈতে উদযাপন কৰে নিজৰ জন্মদিনটো ৷

বহুসময় ধৰি আইতাসকলৰ সৈতে সময় অতিবাহিত কৰা কণ্ঠশিল্পীগৰাকীয়ে গীত গাই বৃদ্ধাৱাস চৌহদ অধিক জীপাল কৰি তোলে ৷ বৃদ্ধাৱাসত আইতাসকলৰ লগত আহাৰো গ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ৷

লগতে পঢ়ক : বিহালীত প্ৰয়াত বিজেপি নেতাৰ বাসগৃহত উপস্থিত ৰঞ্জিত কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.