ETV Bharat / state

গুৱাহাটীত এচ এফ আইৰ প্ৰতিবাদ - apdcl

এ পি ডি চি এলৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত বেমেজালিৰ বিৰোধিতাৰে কৰি দীঘলী পুখুৰীত সংগঠনটোৱে শক্তিমন্ত্ৰী তপন গগৈৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে

গুৱাহাটীত এচ এফ আইৰ প্ৰতিবাদ
author img

By

Published : Apr 30, 2019, 11:00 PM IST

গুৱাহাটী 30 এপ্ৰিলঃ মহানগৰীৰৰ দীঘলী পুখুৰীত এছ এফ আইৰ প্ৰতিবাদ ৷ এ পি ডি চি এলৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত বেমেজালিৰ বিৰোধিতা কৰি দীঘলী পুখুৰীত সংগঠনটোৱে শক্তিমন্ত্ৰী তপন গগৈৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যিটো সময়ত নিবনুৱা সমস্যাই গ্ৰাস কৰিছে তেনে সময়ত 1957 টা পদৰ আবেদন কৰা 2 লাখ 35 হাজাৰ শিক্ষিত নিবনুৱাই অৱতীৰ্ণ হৈ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰিব লগা সুযোগত চেঁচা পানী ঢালিলে চৰকাৰে এই মন্তব্য প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৰ সম্পাদক নিৰংকুশ নাথে। পৰীক্ষা সমূহৰ স্বতন্ত্ৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰি বৰঞ্চ শক্তি মন্ত্ৰী তপন গগৈয়ে সমগ্ৰ ঘটনা কেইজন মান ধুৰন্ধৰ নিবনুৱাই চৰকাৰক বদনাম কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি এ পি ডি চি এলৰ নিযুক্তিত বেমেজালি হোৱা নাই বুলি কোৱা মন্ত্ৰীৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়ে ৷ ইয়াৰ উপৰিও এক উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা দাবী কৰে সংগঠনটোৱে ৷

Intro:এ পি ডি চি এলৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত বেমেজালিৰ বিৰোধিতা কৰি দীঘলী পুখুৰীত এছ এফ আইয়ে শক্তিমন্ত্ৰী তপন গৈগৈৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত নিবনুৱা সমস্যাই গ্ৰাস কৰিছে তেনে সময়ত 1957 টা পদৰ আবেদন কৰা 2 লাখ 35 হাজাৰ শিক্ষিত নিবনুৱাই অৱৰ্তীণ হৈ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰিব লগা সুযোগত চেঁচা পানী ঢালিলে চৰকাৰে বুলি কলে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক নিৰরংকুশ নাথে।

Body:পৰীক্ষা সমূহৰ স্বতন্ত্ৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ সলনি শক্তি মন্ত্ৰী তপন গগৈয়ে সমগ্ৰ ঘটনা কেইজন মান ধুৰন্ধাৰ নিবনুৱা ই চৰকাৰক বদনাম কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি এ পি ডি চি এলৰ নিযুক্তিত বেমেজালি হোৱা নাই বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দিবলৈ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত SFI প্ৰতিবাদ।
Bite:-নিৰরংকুশ নাথ (সম্পাদক)।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.