ETV Bharat / state

মুম্বাইৰ পৰা অহা 7 কৰ্কট ৰোগীৰ দেহত Covid-19 ৰ অৱস্থিতি

মুম্বাইৰ পৰা বাছযোগে অহা কৰ্কট ৰোগী সকলৰ ভিতৰত 7 জনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিলে এই তথ্য ৷

Seven patient and attendence who come from mumbai test covid-19 positive
মুম্বাইৰ কৰ্কট ৰোগীৰ ভিতৰত ৭ জনৰ দেহত Covid-19 ৰ অৱস্থিতি
author img

By

Published : May 14, 2020, 1:43 PM IST

গুৱাহাটী, 14 মে' : 12 মে' ৰ নিশা সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেইণ্টাইন চেণ্টাৰলৈ 6 খন বিশেষ বাছ যোগ মুম্বাইৰ পৰা অহা কৰ্কট ৰোগী সকলৰ ভিতৰত 7 জনৰ শৰীৰত ধৰা পৰিছে Covid-19 ৰ উপস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিলে এই তথ্য ৷

Seven patient and attendence who come from mumbai test covid-19 positive
মুম্বাইৰ কৰ্কট ৰোগীৰ ভিতৰত ৭ জনৰ দেহত Covid-19 ৰ অৱস্থিতি

আক্ৰান্ত সকলৰ ভিতৰত তিনিজন কৰ্কট ৰোগী, এগৰাকী 13 বছৰীয়া হৃদ ৰোগী আৰু তিনি গৰাকী ৰোগীৰ আত্মীয় বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰলৈ অসমৰ মুঠ কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 86 জনলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : কৃষি, পশুপালন আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ সাংসদ পৰ্যবেক্ষণ পল্লৱ লোচন দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.