ETV Bharat / state

দেও ছাগলীৰ বংশ বৃদ্ধিৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশেষ পদক্ষেপ

অসম ৰাজ্যিক চিৰিয়াখানাত আছে পাম্পী আৰু ৰাণী নামৰ দুজনী দেও ছাগলী, ইয়াৰ উপৰিও নাগালেণ্ড চিৰিয়াখানাত আছে চিকু নামৰ এটা মতা দেও ছাগলী। যাৰ বাবে দুয়োখন ৰাজ্যতে বিলুপ্ত হ'ব ধৰা দেও ছাগলীক লৈ এক বুজাবুজিৰ চুক্তি হয় ৷ চুক্তি অনুসৰি প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্য অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নাগালেণ্ডৰ মতা দেও ছাগলীটো 18 মে'ত অসমলৈ লৈ আনে

অসম ৰাজ্যিক চিৰিয়াখানা
author img

By

Published : May 22, 2019, 4:03 PM IST

Updated : May 22, 2019, 8:48 PM IST

গুৱাহাটী,22 মে': বিলুপ্তপ্ৰায় দেও ছাগলীৰ বংশ বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু অসম চৰকাৰে। অসম ৰাজ্যিক চিৰিয়াখানাত আছে পাম্পী আৰু ৰাণী নামৰ দুজনী দেও ছাগলী,ইয়াৰ উপৰিও নাগালেণ্ড চিৰিয়াখানাত আছে চিকু নামৰ এটা মতা দেও ছাগলী। যাৰ বাবে দুয়োখন ৰাজ্যতে বিলুপ্ত হ'ব ধৰা দেও ছাগলীক লৈ এক বুজাবুজিৰ চুক্তি হয় ৷ চুক্তি অনুসৰি প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্য অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নাগালেণ্ডৰ মতা দেও ছাগলীটো 18 মে'ত অসমলৈ লৈ আনে ৷

অসম ৰাজ্যিক চিৰিয়াখানা

চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ বিজয় গগৈৰ তত্বাৱধানত এটা বিশেষজ্ঞৰ দলে চিৰিয়াখানাত নিৰীক্ষণত ৰাখিছে দেও ছাগলী কেইটাক ৷ এই প্ৰচেষ্টত সফল হ'লে অসম আৰু নালালেণ্ডত পুনৰ বৃদ্ধি পাব দেও ছাগলীৰ সংখ্যা। আনহাতে,চিৰিয়াখানাৰ বন বিষয়াৰ ভাষ্য,প্ৰবজন ব্যৱস্থাত সংখ্যা বৃদ্ধি পালে জংঘলত এৰি দিয়াৰ ব্যৱস্থা কৰিব দেও ছাগলী ৷

Intro:বিলুপ্তপ্ৰায় দেও ছাগলীৰ বংশ বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু চৰকাৰ ।দুয়োখন ৰাজ্যতে বিলুপ্ত হব ধৰা দেও ছাগলীক লৈ এক বুজাবুজি চুক্তি হৈছে । অসম ৰাজ্যিক চিৰিয়াখানা ত আছে পাম্পী আৰু ৰানী নামৰ দুজনী দেও ছাগলী,ইয়াৰ উপৰিও নালালেণ্ড চিৰিয়াখানা ত আছে চিকু নামৰ এটা মতা দেও ছাগলী । দেও ছাগলীৰ প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্য অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নালালেণ্ডৰ মতা দেও ছাগলীটো ১৮ মেত অসমলৈ লৈ আনে ।

বাইট

চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ বিজয় গগৈৰ তত্বাৱধানত এটা বিশেষজ্ঞ ৰ দলে চিৰিয়াখানাত নিৰীক্ষণত ৰাখিছে দেও ছাগলী কেইটা । এই প্ৰচেষ্টত সফল হলে অসম আৰু নালালেণ্ডত পুনৰ বৃদ্ধি পাব দেও ছাগলীৰ সংখ্যা ।

বাইট

চিৰিয়াখানাৰ বন বিষয়াই কয় যে এই প্ৰবজন ব্যৱস্থাত সংখ্যা বৃদ্ধি পালে জংঘলত এৰি দিয়াৰ ব্যৱস্থা কৰিব দেও ছাগলী ।সকলোৱে আশা কৰিছে দুয়োখন ৰাজ্য ৰ এই মহৎ প্ৰচেষ্টা সফল হ ওক ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
Last Updated : May 22, 2019, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.