- জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ মৃত্যু(Dr Nazrul Islam passed away)
- গুৱাহাটীত শনিবাৰে দুপৰীয়া মৃত্যু হয় ডাঃ নজৰুল ইছলামৰ
- নিজ বাসগৃহৰ পৰা হাস্পতাললৈ আনি থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ
- ৭১ বছৰ বয়সত মৃত্যু হয় ৰাজনীতিবিদজনৰ
- মুখ্যমন্ত্ৰী তৰুণ গগৈ মন্ত্ৰী সভাত দীৰ্ঘদিন ধৰি তেওঁ মন্ত্ৰিত্ব লাভ কৰিছিল
- অসমৰ প্ৰাক্তন খাদ্য-যোগান মন্ত্ৰী আছিল ডাঃ নজৰুল ইছলাম
- স্বাস্থ্যমন্ত্ৰী হিচাবেও ডাঃ নজৰুল ইছলামে কাৰ্যনিৰ্বাহ কৰিছিল
- গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত তেখেতক মৃত ঘোষণা কৰা হয়
- প্ৰায় ৫ বাৰকৈ তেওঁ লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিল
- বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ডাঃ নজৰুল ইছলাম