ETV Bharat / state

প্ৰাদেশিকীকৰণ আৰু কিমান দেৰি? বিনা বেতনে অৱসৰ বহু শিক্ষকৰ ! - প্ৰাদেশিকীকৰন আৰু কিমান দেৰি

যাৰ ফলত ১৯৯২ বৰ্ষৰ পৰা শিক্ষকতা কৰি থকা কেবাহাজাৰ শিক্ষকে বিনা বেতনে অৱসৰ ল'লে আৰু আন কিছু সংখ্যকে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিবলগীয়া হ'ল ৷

বিনা বেতনে অৱসৰ গ্ৰহণ বহু শিক্ষকৰ
author img

By

Published : Nov 19, 2019, 8:27 AM IST

গুৱাহাটী, 19 নৱেম্বৰ: ২০১৩ চনত ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰণ কৰা প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰ'ল ৰাজ্যৰ কেবা হাজাৰ শিক্ষক ৷ বিনা বেতনে কেইবছৰমানৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব বহু শিক্ষকে ৷ "চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই বাদ পৰি ৰ'ল কেইবাহাজাৰ শিক্ষক ৷" এই অভিযোগ অসম হাইস্কুল ড্ৰপ শিক্ষক সংস্থাৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে "দ্ৰপ শিক্ষক সংস্থাই" ৷

সংবাদমেলখনৰ জৰিয়তে শিক্ষক সংস্থাই জনায় যে, চৰকাৰে ভেঞ্চাৰ স্কুলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে ২০১৩ বৰ্ষত এখন আইন বনায় যদিও আইনখনে প্ৰচলিত শিক্ষা আইনৰ আধাৰ আৰু পৰিচালিত বিদ্যালয়সমূহৰ পদ সমূহ পূৰনৰ বাবে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ ফলত ১৯৯২ বৰ্ষৰ পৰা শিক্ষকতা কৰি থকা কেবাহাজাৰ শিক্ষকে বিনা বেতনেৰে অৱসৰ ল'লে আৰু আন কিছু সংখ্যকে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিবলগীয়া হ'ল ৷

প্ৰাদেশিকীকৰন আৰু কিমান দেৰি?

লগতে পঢ়়ক:প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান

পৰৱৰ্তী সময়ত চৰকাৰে এইসকল ড্ৰপ শিক্ষকৰ বিভিন্ন সময়ত পদ সমূহ প্ৰাদেশিকীকৰণ হ'ব বুলি আশ্বাস দিছিল যদিও আজি সেয়া পৰ্যন্ত হৈ নুঠিল ৷ সেয়ে উক্ত সংবাদমেলৰ জৰিয়তে চৰকাৰক শিক্ষক সংস্থাই পুনৰবাৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ অনুৰোধ জনাইছে ৷

Intro:চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই বাদ পৰি ৰ'ল বহু শিক্ষকBody:২০১৩ চনত ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰন কৰা প্ৰক্ৰিয়াত বাদ পৰি ৰল বহু শিক্ষক ৷ যি সকল শিক্ষকে বিনা বেতনে কেইবছৰমানৰ ভিতৰত অৱসৰ গ্ৰহন কৰিব ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই আজি বাদ পৰি ৰল কেইবাহাজাৰ শিক্ষক ৷ এই অভিযোগ অসম হাইস্কুল ড্ৰপ শিক্ষক সংস্থাৰ ৷ সোমবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি সংস্থাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অৱগত কৰে ৷ সংবাদমেলত তেওঁ কয় যে চৰকাৰে ভেঞ্চাৰ স্কুলৰ পদ প্ৰাদেশিকীকৰনৰ বাবে ২০১৩ বৰ্ষত এখন আইন কৰিছিল ৷ কিন্ত এই আইনখনে প্ৰচলিত শিক্ষা আইনৰ আধাৰ আৰু পৰিচালিত বিদ্যালয়সমূহৰ পদ সমূহ পূৰনৰ বাবে কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ ফলত ১৯৯২ বৰ্ষৰ পৰা শিক্ষকতা কৰি থকা কেইবাহাজাৰ শিক্ষক এই আইনৰ পৰা বাদ পৰি ৰল ৷ যাৰ বাবে এইসকল শিক্ষকৰ বহুতেই বিনা বেতনে অৱসৰ ললে আৰু আন কিছু সংখ্যকে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিব লগা হল ৷ ইয়াৰ পাছত চৰকাৰে এইসকল ড্ৰপ শিক্ষকক বিভিন্ন সময়ত পদ সমূহ প্ৰাদেশীকিকৰন হব বুলি আশ্বাস দিছিল যদিও আজি প্ৰৰ্যন্ত হৈ নুঠিল ৷ সেয়ে আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক তেওঁলোকে পুনৰ বাৰ তেওঁলোকৰ পদসমূহ প্ৰাদেশীকিকৰন কৰিবলৈ অনুৰোধ জনায় ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.