ETV Bharat / state

CAAৰ বিৰোধিতাৰে সৰস্বতী পূজাৰ মণ্ডপ নিৰ্মাণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন ছাত্ৰাবাসৰ - saraswati puja

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোপীনাথ বৰদলৈ 2 নং ছাত্ৰাবাসৰ আবাসী সকলে, জাতি ধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি সাজিলে পূজা মণ্ডপ ৷

গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়
author img

By

Published : Jan 31, 2020, 1:40 AM IST

গুৱাহাটী, 30 জানুৱাৰীঃ কালিৰ সমান্তৰালকৈ আজিও বিভিন্ন শিক্ষানুষ্ঠানত পালন কৰা হয় বাগদেৱীৰ পূজা ৷ সৰস্বতী পূজা উপলক্ষে আজি এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৷ সুন্দৰকৈ সজোৱা হৈছে পূজা মণ্ডপ সমূহ । বিভাগসমূহৰ লগতে প্ৰতিটো ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত চলিছে মণ্ডপ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা ৷ এক ব্যতিক্ৰমী ৰূপত মণ্ডপ নিৰ্মাণ কৰিছে গোপীনাথ বৰদলৈ 2 নং ছাত্ৰাবাসৰ আবাসী সকলে ৷ জাতি ধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে পূজাৰ লগত সংগতি ৰাখি ছাত্ৰাবাসটোৰ আবাসী সকলে সাজি উলিয়াইছে তেওঁলোকৰ পূজা মণ্ডপ ৷

CAAৰ বিৰোধিতাৰে সৰস্বতী পূজাৰ মণ্ডপ নিৰ্মাণ

লগতে পঢ়ক ঃ গুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন

Intro:উদুলি মুদুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ । সৰস্বতী পূজা উপলক্ষে বিশ্ববিদ্যালয় খনৰ বিভিন্ন বিভাগ আৰু ছাত্ৰ ছাত্ৰী নিবাস সমূহত হৈছে সৰস্বতী পূজা । ছাত্ৰী সকলে পিন্ধি আহিছে পৰাম্পৰাগত সাজপাৰ । সুন্দৰকৈ সজোৱা হৈছে পূজা মণ্ডপ সমূহ । দেবীক কৰিছে পূজা অৰ্চনা  প্ৰতিটো বিভাগ আৰু ছাত্ৰ ছাত্ৰী নিবাসত ছলিছে অঘোষিত প্ৰতিযোগিতা । কৃষ্ণচুড়া নগৰীৰ পৰিৱেশ সুকীয়াহৈ পৰিছে । গুৱাহাটী বিশ্ববিদ্যালয় খনত এইবেলিও ৩০ খনতকৈও অধিক পূজা অনুষ্ঠিত হৈছে । আনহাতে গোপীনাথ বৰদলৈ দুই নম্বৰ ছাত্ৰ আবাসত জাতি ধ্বংসী  নাগৰিকত্ব সংশোধনী আইন ক বিৰোধিতা কৰি পূজাৰ লগত সংগতি ৰাখি ছাত্ৰ সকলে সজাই তুলিছে ব্যতিক্ৰমী ৰূপত পূজা স্থলী ।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.