গুৱাহাটী,2মাৰ্চঃ জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ খবৰ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । বৰ্তমান শাৰীৰিক ভাবে সুস্থ জুবিন গাৰ্গ । দুই এদিনতে হাস্পতালৰ পৰা ঘৰ যাব পৰাকৈ সুস্থ হৈ উঠিব অসমৰ শিল্পীগৰাকী । দেওবাৰে নিশা নেমকেয়াৰত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ বুজ লয় সমুজ্জ্বল ভট্টাচাৰ্যই । জুবিনক মনোবল দিয়াৰ উদ্দেশ্যে নেমকেয়াৰ হাস্পতালত উপস্থিত হয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
লগতে পঢ়কঃজুবিনৰ স্বাস্থ্যৰ বুজ ল’লে জুবলীয়ে