ETV Bharat / state

লংকেশ্বৰ ধামৰ গণেশ মন্দিৰত চোৰৰ লুটপাত - লংকেশ্বৰ ধামৰ গণেশ মন্দিৰত চোৰৰ লুটপাত

চোৰে মন্দিৰটোৰ ভিতৰত থকা গীতা, ভাগৱত আৰু পূজাৰ সামগ্ৰী নষ্ট কৰে

গণেশ মন্দিৰত চোৰৰ লুটপাত
গণেশ মন্দিৰত চোৰৰ লুটপাত
author img

By

Published : Apr 20, 2020, 6:54 AM IST

গুৱাহাটী, 6 এপ্ৰিলঃ লক ডাউনৰ মাজতো মহানগৰীত দুৰ্বৃত্তই চলাই গৈছে চুৰিকাৰ্য । কৰ'ণা ভাইৰাছৰ আতংকৰ সময়তে চোৰে লুটপাত চলালে মহানগৰীৰ লংকেশ্বৰ ধামৰ গণেশ মন্দিৰত । লংকেশ্বৰৰ গণেশ মন্দিৰৰ মূলদ্বাৰৰ তলা ভাঙি চোৰে লুটিলে নগদ ধন আৰু মূল্যবান সামগ্ৰী । আনহাতে চোৰে মন্দিৰটোৰ ভিতৰত থকা গীতা, ভাগৱত আৰু পূজাৰ সামগ্ৰী নষ্ট কৰে । পুৱাৰ ভাগত পূজাৰীয়ে মন্দিৰ পৰিচালনা সমিতিক এই ঘটনা অৱগত কৰাৰ পিছত সমিতিয়ে জালুকবাৰী আৰক্ষীক খবৰ দিয়ে। সম্প্ৰতি ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.