ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক - মহানগৰীৰ ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক

দূৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ ৷

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক
author img

By

Published : Sep 30, 2019, 10:04 AM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰঃ মহানগৰীৰ জালুকবাৰীত সোমবাৰে পুৱতি নিশা পথ দুৰ্ঘটনা সংঘটিত হয়৷ জালুকবাৰীৰ উৰণীয়া সেঁতুত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল এখন মৈদা ভৰ্তি ট্ৰাক ৷

ৰাজপথতে বাগৰি পৰিল মৈদা ভৰ্তি ট্ৰাক

তথ্যনুসৰি আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত এই পথ দূৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL-01AC-4653 ৷ ইপিনে দূৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে৷ পৰৱৰ্তী সময়ত জালুকবাৰী যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন উদ্ধাৰ কৰে ৷

Intro:পুৱতি নিশা মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত জালুকবাৰী উৰণীয়া সেঁতুত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে। দুৰ্ঘটনাতপতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL 01 AC 4653। মৈদা কঢ়িয়াই লৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনে। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেন। পিছত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰাকখন। Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.