ETV Bharat / state

নিৰ্বাচন সন্দৰ্ভত ৰিপুন বৰাৰ সংবাদমেল

ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি ৰিপুন বৰাই নিৰ্বাচনক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ UPPL আৰু BJP ক ভোট নিদিয়ে বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷

ripun-bora-press-meet-kamrup-metro
নিৰ্বাচন সন্দৰ্ভত ৰিপুন বৰাৰ সংবাদমেল
author img

By

Published : Nov 18, 2020, 11:00 PM IST

কামৰূপ মেট্ট,18নৱেম্বৰ: আগন্তুক নিৰ্বাচনৰ লৈ ৰাজ্যত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে তৎপৰতা বৃদ্ধি পাইছে কংগ্ৰেছত ৷ বুধবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি ৰিপুন বৰাই নিৰ্বাচনক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ৰিপুন বৰাই কয়, বিটিচিত প্ৰচাৰ বহুত হৈছে ৷ UPPL আৰু BJP ক ভোট নিদিয়ে বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷

নিৰ্বাচন সন্দৰ্ভত ৰিপুন বৰাৰ সংবাদমেল

বিটিআৰৰ জনগণে কংগ্ৰেছ আৰু এআইডিএফক ভোট দিব বুলি দাবী কৰিলে ৰিপুন বৰাই ৷ তেওঁ লগতে কয়, বিপিএফক বেয়াকৈ অপমানিত কৰিছে,হাগ্ৰামাকো অপমানিত কৰিছে বিজেপিয়ে ৷ হাগ্ৰামাক ক্ৰেডিট দিবই লাগিব,হাগ্ৰামা মহিলাৰীৰ বাবেই বি টি আৰত শান্তি ঘূৰি আহিছে । তেওঁক বিজেপিয়ে অপমানিত কৰাটো উচিত নহয় বুলিও মন্তব্য কৰে বৰাই ৷

কোনো জাতি-জনগোষ্ঠীৰ আৱেগ অনুভূতিক আঘাত কৰা কোনো কথাকে সমৰ্থন নকৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বৰাই ৷

ইফালে,অজন্তা নেওগ বিজেপি লৈ যোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰিপুন বৰাৰ ৷ ইয়াৰ উপৰিও ৰিপুনে বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ যদি কংগ্ৰেছলৈ উভতি আহে,তেন্তে আমি ভাবি চাম ৷

অন্য এক খবৰৰ বাবে: আহি আছে জুবিনৰ 'ডাষ্টবিন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.