ETV Bharat / state

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ গঁড়ৰ বন্ধু সুহান মাল্লিকৰ - suhan

এজন কণমানিৰ ব্যাপক প্ৰচেষ্টা ৷ দেওবাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে প্ৰকৃতি আৰু গঁড় সুৰক্ষাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰা কণমানি সুহান মাল্লিকে।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ গঁড়ৰ বন্ধু কণমানি সুহান মাল্লিকৰ

author img

By

Published : Nov 15, 2020, 2:10 PM IST

গুৱাহাটী, 14 নৱেম্বৰ : দিপাৱলীৰ শুভক্ষণত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে প্ৰকৃতি আৰু গঁড় সুৰক্ষাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰা কণমানি সুহান মাল্লিকে। দেওবাৰে মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে সুহানে। শেহতীয়াকৈ কণমানি সুহানে প্ৰস্তুত কৰি উলিয়াইছে এটা গড় উদ্যানৰ আৰ্হি । অসমৰ এশিঙীয়া গঁড়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে পৰ্যটক বৃদ্ধি কৰাৰ উদ্দেশ্যে সুহানে প্ৰস্তুত কৰিছে এই আৰ্হিটো ৷

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ গঁড়ৰ বন্ধু কণমানি সুহান মাল্লিকৰ
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ গঁড়ৰ বন্ধু কণমানি সুহান মাল্লিকৰ

সেই বিশেষ মডেলটো মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্মূখত প্ৰদৰ্শন কৰে সুহান মাল্লিকে। কণমানিগৰাকীৰ এই প্ৰচেষ্টা দেখি অভিভূত হৈ পৰে মন্ত্ৰী ড০ শৰ্মা। গুৱাহাটীৰ লগতে ভাৰতৰ বিভিন্ন মেট্ৰ’ চিটিত এনে উদ্যান নিৰ্মাণ কৰাৰ কথা সুহানৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে গঁড় সুৰক্ষাৰ এখন বিশেষ ফটোও উপহাৰ দিয়ে মন্ত্ৰী ড০ শৰ্মাক।

লগতে পঢ়ক: কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.