ETV Bharat / state

প্ৰথম দিনাই হাউচফুল.. - ৰত্নাকৰ ছবিৰ দর্শনী

আজি মুক্তি লাভ কৰিছে যতীন বৰাৰ লগতে অসমৰ ৰাইজৰ বহু প্ৰত্যাশিত ছবি 'ৰত্নাকৰ' ৷ ছবিখন চাই কেনে পালে দৰ্শকে ? শুনক দৰ্শকৰ মুখেৰেই.....

'ৰত্নাকৰ'ৰ জ্বৰ
author img

By

Published : Oct 11, 2019, 6:33 PM IST

নিউজ ডেস্ক,11 অক্টোবৰঃ এতিয়া ৰাজ্যৰ কেউফালে মাথো ৰত্নাকৰৰ চৰ্চা । আজিৰে পৰা অসমৰ প্ৰতিটো ছবি গৃহত ৰাইজৰ বাবে মুকলি কৰা হ'ল ৰত্নাকৰ ছবিৰ দর্শনী। সকলোবোৰ ছবিগৃহৰ টিকট প্ৰায় শেষ বুলি জানিবলৈ দিছে ছবিগৃহৰ স্বত্বাধিকাৰীসকলে । ৰত্নাকৰ ছবিৰ দর্শনীৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দৰ্শকে। ছবিখনে সকলো দৰ্শককে মুহিবলৈ সক্ষম হৈছে। যতীন বৰা, নিশিতা গোস্বামী আৰু বৰষাৰাণী বিষয়াৰ সুন্দৰ অভিনয়ে মুহিছে অসমীয়া দৰ্শকক। ছবিৰ কাহিনীয়ে সকলোকে আকৃষ্ট কৰাৰ লগতে আৱেগিক কৰি তুলিছে উপস্থিত দৰ্শকক ।

Intro:এতিয়া অসমৰ আকাশে বতাহে কেৱল ৰত্নাকৰ ছবিৰ ঢৌ।
আজিৰে পৰা অসমৰ প্ৰতিটো ছবি গৃহত ৰাইজৰ বাবে ৰত্নাকৰ ছবিৰ দর্শনী মুকলি কৰা হল। ৰাজ্যৰ বহু কেইটা চিনেমা হলত এতিয়া ৰত্নাকৰ ছবিৰ দর্শনী। সকলো বোৰ চিনেমা হলৰ টিকেট প্ৰায় শেষ বুলি জানিবলৈ দিছে হলৰ স্বত্বাধিকাৰী সকলে ।

Body:ৰত্নাকৰ ছবি দর্শনী পিছতে ৰাইজৰ প্ৰতিক্ৰিয়া । ছবি খনে সকলো দৰ্শকে মুহিবলৈ সক্ষম হৈছে। কাঞ্চনজঙ্ঘা প্ৰতিদ্বন্দী হৈ পৰিছে এতিয়া ৰত্নাকৰ। কোনো কোনো দৰ্শকৰ অনুসৰি কাচনজঙ্ঘা ছবিত কৈ বহু ওপৰত যাব ৰত্নাকৰ ছবি। যতীন বৰা, নিশিতা গোস্বামী আৰু বৰ্ষাৰাণী বিষয়াৰ অভিনয়ে মুহিছে দৰ্শকক। ছবিৰ কাহিনীয়ে সকলোকে আকৃষ্ট কৰাৰ আগতে ছবিৰ কাহিনীয়ে আৱেগিক কৰি তুলিছে দৰ্শকক । লগতে কণমানি আশ্ৰুমিকা শইকীয়াৰ অভিনয়ে মুহিছে এতিয়া দৰ্শকক।

Conclusion:ছবি খনৰ দৰ্শনীৰ প্ৰথম দিনটোতে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰীয়ে এতিয়া উৎসাহিত কৰিছে ছবি খনৰ দৰ্শকৰ লগতে ছবিৰ সৈতে জড়িত কলা কুশলী সকলক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.