ETV Bharat / state

ফেনীৰ বাবেই বাতিল উত্তৰ পূৱৰ ৮ খনকৈ ৰে'ল - etv bharat assam

ফেনীৰ বাবেই কামাখ্যা ষ্টেচনৰ পৰা পুৰীলৈ আৰু কামাখ্যা ষ্টেচনৰ পৰা চিকান্দ্ৰাবাদলৈ যাবলগীয়া ৰে'ল সেৱা বাতিল কৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱে । আনহাতে, বহু যাত্ৰীয়ে আগতীয়াকৈ ক্ৰয় কৰিছিল টিকট । যাৰ বাবে সেই টিকটসমূহৰ মূল্য যাত্ৰীসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে

ফেনীৰ বাবেই বাতিল উত্তৰ পূৱৰ ৮ খনকৈ ৰে'ল
author img

By

Published : May 3, 2019, 11:20 PM IST

গুৱাহাটী, 3 মে': ওড়িশাৰ ঘূৰ্ণী বতাহৰ বাবে বৰ্তমান পৰ্যন্ত ৮খনকৈ ৰে'ল চলাচল বাতিল কৰিলে উত্তৰ পূৱ সীমান্ত ৰে'লৱে । ফেনীৰ বাবেই কামাখ্যা ষ্টেচনৰ পৰা পুৰীলৈ আৰু কামাখ্যা ষ্টেচনৰ পৰা চিকান্দ্ৰাবাদলৈ যাবলগীয়া ৰে'ল সেৱা বাতিল কৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱে । আনহাতে, বহু যাত্ৰীয়ে আগতীয়াকৈ ক্ৰয় কৰিছিল টিকট । যাৰ বাবে সেই টিকটসমূহৰ মূল্য যাত্ৰীসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । শুকুৰবাৰে ইটিভি ভাৰতৰ জৰিয়তে এই কথা যাত্ৰীসকলক জনালে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । প্ৰাকৃতিক দুৰ্যোগৰ ফলত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে ৰে'ল বিভাগে গ্ৰহণ কৰিছে এই তৎকালীন ব্যৱস্থা । উল্লেখযোগ্য যে, ফেনীৰ বাবেই বৃহস্পতিবাৰেও ৬খনকৈ ৰে'ল বাতিল কৰিছিল উত্তৰ পূৱ সীমান্ত ৰে'লৱে ।

Intro:উৰিষ্যাৰ ঘূৰ্ণী বতাহৰ বাবে আজিলৈ ৮খনকৈ ৰেল চলাচল বাতিল কৰিলে উত্তৰ পূৱ সীমান্ত ৰেলৱে। ফনীৰ বাবে নিশা কামাখ্যা ষ্টেচনৰ পৰা পুৰীলৈ যোৱা আৰু শুকুৰবাৰে কামাখ্যা ষ্টেচনৰ পৰা ছেকেণ্ডৰাবাদলৈ যাবলগীয়া ৰেল সেৱা বাতিল কৰা হয়। Body:বহু যাত্ৰীয়ে আগতীয়াকৈ ক্ৰয় কৰিছিল টিকট। ইতিমধ্যেই সেই টিকটসমূহৰ মূল্য যাত্ৰীসকলক ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। এই কথা ইটিভি ভাৰতৰ জৰিয়তে যাত্ৰীসকলক জনালে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। প্ৰাকৃতিক দুৰ্যোগৰ ফলত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে ৰেল বিভাগে গ্ৰহণ কৰিছে এই তৎকালীন ব্যৱস্থা। উল্লেখযোগ্য যে ফনীৰ বাবে বৃহস্পতিবাৰেও ৬খনকৈ ৰেল বাতিল কৰা হৈছিল। Conclusion:Hirul Haque....guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.