গুৱাহাটী,১২ ছেপ্তেম্বৰঃ বুধবাৰে নিশা মালিগাঁৱত উদ্ধাৰ হয় এটা অজগৰ । ৰাজপথত পৰি থকা অৱস্থাত অজগৰটোক প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে । একাংশ লোকে উদ্ধাৰ কৰি ওচৰৰ ঘাহঁনিত এৰি দিয়ে অজগৰটোক । ঘাহঁনিৰ পৰায়ে খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিছিল অজগৰটো ।
মহানগৰীৰ মালিগাঁৱত অজগৰ উদ্ধাৰ - মহানগৰীৰ মালিগাঁৱত অজগৰ উদ্ধাৰ
নিশা ৰাজপথত পৰি থকা অৱস্থাত অজগৰটোক প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে ।
মহানগৰীৰ মালিগাঁৱত অজগৰ উদ্ধাৰ
গুৱাহাটী,১২ ছেপ্তেম্বৰঃ বুধবাৰে নিশা মালিগাঁৱত উদ্ধাৰ হয় এটা অজগৰ । ৰাজপথত পৰি থকা অৱস্থাত অজগৰটোক প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে । একাংশ লোকে উদ্ধাৰ কৰি ওচৰৰ ঘাহঁনিত এৰি দিয়ে অজগৰটোক । ঘাহঁনিৰ পৰায়ে খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিছিল অজগৰটো ।
Intro:মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ অজগৰ।
ৰাজপথৰ মাজত পৰি থকা প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে।
পিছত একাংশ লোকে উদ্ধাৰ কৰি ওচৰৰ ঘাহঁনিত এৰি দিয়ে অজগৰডাল।
ঘাহঁনিৰ পৰায়ে খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিছিল অজগৰডাল।Body:Hirul Haque Conclusion:Guwahati