ETV Bharat / state

আত্মহননৰ ঘটনাক লৈ ডা:সংগীতা দত্তৰ বাখ্যা

কি কি কাৰণত এজন লোকে এই চৰম সিদ্ধান্ত ল'ব পাৰে লগতে এনে ধৰণৰ ৰোগীক কিদৰে ৰোগমুক্ত কৰিব পাৰি সেই বিষয়েও বহলাই বাখ্যা কৰিছে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে ৷

Sangita dutta
ডা:সংগীতা দত্ত
author img

By

Published : Jun 16, 2020, 6:53 PM IST

গুৱাহাটী, 16 জুন : দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে আত্মহননৰ দৰে ঘটনা ৷ মানসিক চাপ,সামাজিক কিছু নেতিবাচক কাৰণৰ ফলত বৃদ্ধি পাইছে এই ঘটনা ৷ আত্মহত্যাৰ দৰে পথ বাছি লোৱাটো মানসিক ৰোগৰ লক্ষণ বুলি অৱগত কৰিছে মনোৰোগ বিশেষজ্ঞ ড.সংগীতা দত্তই ৷ আত্মহননৰ ঘটনাক লৈ মনোৰোগ চিকিৎসক ডা:সংগীতা দত্তই কেতবোৰ কাৰক ব্যাখা কৰিছে ৷ কি কি কাৰণত এজন লোকে এই চৰম সিদ্ধান্ত ল'ব পাৰে লগতে এনে ধৰণৰ ৰোগীক কিদৰে ৰোগমুক্ত কৰিব পাৰি সেই বিষয়েও বহলাই বাখ্যা কৰিছে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে ৷ জৈৱিক,মানসিক আৰু সামাজিক কাৰণৰ বাবেই সঘনাই আত্মহননৰ দৰে পথ বাছি লোৱা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে ডা:সংগীতা দত্তই ৷

লগতে পঢ়কঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.