ETV Bharat / state

থলুৱা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল ৰেলৱেৰ মুখ্য কাৰ্যালয়

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । নিজৰ প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদত বহিল স্থানীয় যুৱক-যুৱতীসকল । ৰেল বিভাগৰ পৰা প্ৰশিক্ষণ লৈছে যদিও বৰ্তমান তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।

author img

By

Published : Nov 4, 2019, 10:41 PM IST

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট

মালিগাঁও, 4 নবেম্বৰ: মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । নিজৰ প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদত বহিল স্থানীয় যুৱক-যুৱতীসকল । ৰেল বিভাগৰ পৰা প্ৰশিক্ষণ লৈছে যদিও বৰ্তমান তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে । থলুৱাক সুৰক্ষিত কৰাৰ কথা কোৱা চৰকাৰ খনৰ দিনতে বহিৰাগতক বৰপিড়া পাৰি দিয়াৰ বাবেই এনেদৰেই প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলক স্থায়ী নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰেল বিভাগে । যাৰ বাবে এনেদৰেই অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ।

কেন্দ্ৰীয় চৰকাৰ হায় হায়, বহিৰাগতৰ নিযুক্তি বন্ধ কৰক, থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰক, প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীক স্থায়ী নিযুক্তি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে । ইফালে অতিশীঘ্ৰে তেওঁলোকৰ দাবী মানি নল'লে যিকোনো পৰ্যায়ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীৰসকলে । জাতি মাটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে এতিয়া উপযুক্ত প্ৰশিক্ষণ থকাৰ পিছতো ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে থলুৱাই ।

Intro:মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নিজৰ প্ৰাপ্যৰ দাবী অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ বহিল থলুৱা যুৱক-যুৱতীসকল। ৰেল বিভাগৰ পৰা প্ৰশিক্ষণ লৈছে যদিও বৰ্তমান তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে। থলুৱাক সুৰক্ষিত কৰাৰ কথা কোৱা চৰকাৰে বহিৰাগতৰ বৰপিড়া পাতি দিয়াৰ বাবেই এনেদৰেই প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলক স্থায়ী নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে। যাৰ বাবে এনেদৰেই অনিৰ্দিষ্টকাললৈ প্ৰতিবাদৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হোৱা বুলি কয় প্ৰতিবাদকাৰীয়ে। কেন্দ্ৰীয় চৰকাৰ হায় হায়, বহিৰাগতৰ নিযুক্তি বন্ধ কৰক, থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰক, প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীক স্থায়ী নিযুক্তি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে যুৱক-যুৱতীসকলে। ইফালে অতিশীঘ্ৰে তেওঁলোকৰ দাবী মানি নল'লে যিকোনো পৰ্যায়ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। মুঠৰ ওপৰত জাতি মাটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে এতিয়া উপযুক্ত প্ৰশিক্ষণ থকাৰ পিছতো ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে থলুৱাই।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.