ETV Bharat / state

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও - প্ৰতিবন্ধী সুৰক্ষা সন্থা

যোৱা ৯ জুনত প্ৰতিবন্ধী সকলৰ বাবে ৩৫৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ এই পৰীক্ষাৰ কিছু বেমেজালি তথা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নাম সাঙোৰ খাইছিল এই বিষয়ত । আন কেইবাটাও সংগঠনে সম্পাদক নৃপেন মালাকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংবাদমেলো পাতিছিল ।

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও
author img

By

Published : Jul 9, 2019, 8:03 PM IST

গুৱাহাটী, 9 জুলাই: মঙলবাৰে মহানগৰীৰ দিছপুৰ থানা ঘেৰাও কৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে । যোৱা ৯ জুনত প্ৰতিবন্ধী সকলৰ বাবে ৩৫৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ এই পৰীক্ষাৰ কিছু বেমেজালি তথা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নাম সাঙোৰ খাইছিল এই বিষয়ত । আন কেইবাটাও সংগঠনে সম্পাদক নৃপেন মালাকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংবাদমেলো পাতিছিল ।

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও

কিন্তু বিগত সময়ত সম্পাদকগৰাকীয়ে তেখেতৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূৰ্ণ ভুৱা আৰু বহু দুষ্কৃতিকাৰীয়ে তেখেতক ভাবুকি দি আহিছে বুলি দিছপুৰ থানাত এক গোচৰ ৰুজু কৰে । দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত লেহেমীয়া কৰা বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে এইদৰে প্ৰতিবাদ কৰে ।

Intro:মঙলবাৰে মহানগৰীৰ দিছ্পুৰ থানা ঘেৰাও কৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে । যোৱা ৯ জুনত প্ৰতিবন্ধী সকলৰ বাবে ৩৫৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়। এই পৰীক্ষাৰ কিছু বেমেজালি তথা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হয় । অভিযোগ অনুসৰি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নাম সাঙোৰ খাইছিল। আন কেইবাটাও সংগঠনে সম্পাদক নৃপেন মালাকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংবাদমেলো পাতিছিল।

Body:কিন্তু বিগত সময়ত সম্পাদকগৰাকীয়ে তেখেতৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূৰ্ণ ভুৱা আৰু বহু দুস্কৃতিকাৰীয়ে তেখেতক ভাবুকি জনাই আহিছে বুলি দিছ্পুৰ থানাত এক গোচৰ ৰুজু কৰে। দিছ্পুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত লেহেমীয়া কৰা বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে এইদৰে প্ৰতিবাদ কৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.