ETV Bharat / state

দীঘলীপুখুৰীত বায়ু সেনাৰ বিশেষ অনুষ্ঠান

শ্বহীদ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে মহানগৰীত বিশেষ অনুষ্ঠান ৷ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত ভাৰতীয় বায়ুসেনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

দিঘলীপুখুৰীত বায়ু সেনাৰ বিশেষ অনুষ্ঠান
author img

By

Published : Mar 16, 2019, 11:46 PM IST

গুৱাহাটী, 16 মাৰ্চ :শ্বহীদ জোৱানৰ প্ৰতিশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে মহানগৰীত বিশেষ অনুষ্ঠান। শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত ভাৰতীয় বায়ুসেনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

দিঘলীপুখুৰীত বায়ু সেনাৰ বিশেষ অনুষ্ঠান
এই অনুষ্ঠানত ভাৰতীয় বায়ুসেনাৰ বেণ্ডে প্ৰদৰ্শন কৰে বিভিন্ন অনুষ্ঠান। দেশভক্তিমূলক গীতেৰে দেশৰ হকে প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
যুৱ প্ৰজন্মক দেশৰ সেৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ। যুদ্ধ স্মাৰকত অনুষ্ঠিত এই অনুষ্ঠানত বহুপ্ৰাক্তন সেনা বিষয়াৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।

Intro:শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে মহানগৰীত বিশেষ অনুষ্ঠান। শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত ভাৰতীয় বায়ুসেনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। এই অনুষ্ঠানত ভাৰতীয় বায়ুসেনাৰ বেণ্ডে প্ৰদৰ্শন কৰে বিভিন্ন অনুষ্ঠান। দেশভক্তিমূলক গীতেৰে দেশৰ হকে প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Body:ইয়াৰোপৰি যুৱ প্ৰজন্মক দেশৰ সেৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ। যুদ্ধ স্মাৰক অনুষ্ঠিত এই অনুষ্ঠানত বহুটো প্ৰাক্তন সেনা বিষয়াৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.