ETV Bharat / state

দিশপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন সাংসদ নৱ শৰণীয়াৰ - অসমৰ মুঠ 46,54,206 লাখ বিঘা ভূমি

চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ 46,54,206 লাখ বিঘা ভূমিৰ ভিতৰত 11,24,693 লাখ বিঘা ভূমিয়েই বেদখলকাৰীৰ অধিকাৰ কৰি আছে । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে সাংসদ নৱ শৰণীয়াই ৷

সংবাদমেল
দিশপুৰ প্ৰেছ ক্লাৱ
author img

By

Published : Jan 4, 2020, 1:17 AM IST

গুৱাহাটী,3 জানুৱাৰীঃ সম্প্ৰতি অসমত 47 টা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি সম্পূৰ্ণৰূপে বেদখলৰ কবলত । চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ 46,54,206 লাখ বিঘা ভূমিৰ ভিতৰত 11,24,693 লাখ বিঘা ভূমিয়েই বেদখলকাৰীৰ অধিকাৰ কৰি আছে । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে সাংসদ নৱ শৰণীয়াই ৷

সংবাদমেল সম্বোধন সাংসদ নৱ শৰণীয়াৰ

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে 9 ডিচেম্বৰত প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মুখ্য সম্পাদকলৈ এই সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰিছিল । চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীৰ ভিতৰত বেদখলকাৰীক উচ্ছেদ কৰাৰ নীতি সন্দৰ্ভে শপতনামা দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে । লগতে বিষয়টোৰ প্ৰসংগত ৰাইজক শংকিত নহ'বলৈ আহ্বান জনায় সাংসদ নৱ শৰণীয়াই ।

লগতে চাওকঃ31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন

Intro:অসমত 47 টা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অধিক ভূমি বেদখলত। চৰকাৰী তথ্য অনুসৰি মুঠ 46,54,206 লাখ বিঘা ভূমি ভিতৰত 11,24,693 লাখ বিঘাতকৈ বেদখলকাৰীৰ কবলত। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সাংসদ নৱ শৰণীয়া উল্লেখ কৰে এই তথ্য। ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ে 9 ডিচেম্বৰত প্ৰতি জিলা উপায়ুক্ত আৰু প্ৰিন্সীপাল চেক্ৰেটাৰীলৈ এক নিৰ্দেশনা প্ৰদান কৰিছিল। উক্ত নিৰ্দেশ অনুযায়ী চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীৰ ভিতৰত বেদখলকাৰীক কেনেকৈ উচ্ছেদ কৰিব তাৰ শপত নমা দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। ৰাইজক শংকিত নহ'বলৈও সংবাদমেল যোগে আহ্বান জনালে সাংসদ নৱ শৰণীয়াই। Body:Asrar Ansari Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.