ETV Bharat / state

দিনৰ 1 বজালৈ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ 51.65 শতাংশ

author img

By

Published : Oct 30, 2021, 3:09 PM IST

শনিবাৰে পুৱা 7 বজাৰ পৰা ৰাজ্যৰ পাঁচটা সমষ্টিত আৰম্ভ হোৱা উপ-নিৰ্বাচন(Bypolls)ৰ ভোটদান দিনৰ 1 বজালৈ 51.65 শতাংশ সম্পন্ন হয় ৷ বৰ্তমানলৈকে সৰ্বাধিক ভোটদান সম্পন্ন হৈছে ভৱানীপুৰ সমষ্টিত আৰু আটাইতকৈ কম ভোটদান সম্পন্ন হৈছে মৰিয়নী সমষ্টিত ৷

polling percentage of assam bypolls
উপ নিৰ্বাচনৰ ভোটদানৰ হাৰ

গুৱাহাটী, 30 অক্টোবৰ : আজি থাওৰা, ভৱানীপুৰ, মৰিয়নী, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিত উপ-নিৰ্বাচন(Bypolls) ৷ পাঁচোটা সমষ্টিৰ প্ৰায় 7 লাখ ভোটাৰৰ দ্বাৰা ইভিএম(EVM)ত বন্দী হ’ব মুঠ 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

polling percentage of assam bypolls
উপ নিৰ্বাচনৰ ভোটদানৰ হাৰ

দিনৰ 1 বজালৈ 28 নং গোসাঁইগাঁও সমষ্টি(Gossaigaon Constituency)ত 57.94 শতাংশ, 41 নং ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত 62 শতাংশ, 58 নং তামুলপুৰ সমষ্টি(Tamulpur Constituency)ত 47 শতাংশ, 101 নং মৰিয়নী সমষ্টি(Mariani Constituency)ত 35.13 শতাংশ আৰু 107 নং থাওৰা সমষ্টি(Thowra Constituency)ত 54.52 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷ মুঠ ভোটদানৰ হাৰ হৈছে 51.65 শতাংশ ৷

দ্বিতীয় ৰাউণ্ডৰ অন্তত 28 নং গোঁসাইগাঁও সমষ্টিত ভোটদান সম্পূৰ্ণ হয় 39.35 শতাংশ ৷ ঠিক সেইদৰে, 41 নং ভৱানীপুৰ সমষ্টিত 41 শতাংশ, 58 নং তামুলপুৰ সমষ্টিত 21 শতাংশ, 101 নং মৰিয়নী সমষ্টিত 19.49 শতাংশ আৰু 107 নং থাওৰা সমষ্টিত 38.6 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷ দিনৰ 11 বজালৈ মুঠ ভোটদানৰ হাৰ আছিল 31.44 শতাংশ ৷

লগতে পঢ়ক : 11 বজালৈ পাঁচ সমষ্টিত ভোটদানৰ হাৰ 31.44 শতাংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.