গুৱাহাটী, 19 ছেপ্টেম্বৰঃ জুৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷ জুৱা খেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে নুনমাটিৰ নিজৰাপাৰত আৰক্ষীয়ে অভিযান ৷ অভিযানত আৰক্ষীয়ে উৎখাত কৰে এটা তীৰ খেলৰ ঘাটি । এই অভিযানতে লগতে আটক কৰিবলৈ সক্ষম হয় তিনিজনক ৷ ধৃতলোক কেইজন হৈছে কৰণ কৌশিক, মফিজুল ইছলাম আৰু ধীৰেশ্বৰ নাথ । ধৃত লোককেইজনৰ পৰা পৰা আৰক্ষীয়ে নগদ 4,100 টকা, 9675 টা তীৰৰ টিকট আৰু তিনিটা ম’বাইল জব্দ কৰে ।
নুনমাটিত উৎখাত জুৱাৰ আড্ডা
জুৱাৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী ৷ অভিযানত উৎখাত জুৱাৰ আড্ডা ৷
নুনমাটিত উৎখাত জুৱাৰ আড্ডা
গুৱাহাটী, 19 ছেপ্টেম্বৰঃ জুৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷ জুৱা খেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে নুনমাটিৰ নিজৰাপাৰত আৰক্ষীয়ে অভিযান ৷ অভিযানত আৰক্ষীয়ে উৎখাত কৰে এটা তীৰ খেলৰ ঘাটি । এই অভিযানতে লগতে আটক কৰিবলৈ সক্ষম হয় তিনিজনক ৷ ধৃতলোক কেইজন হৈছে কৰণ কৌশিক, মফিজুল ইছলাম আৰু ধীৰেশ্বৰ নাথ । ধৃত লোককেইজনৰ পৰা পৰা আৰক্ষীয়ে নগদ 4,100 টকা, 9675 টা তীৰৰ টিকট আৰু তিনিটা ম’বাইল জব্দ কৰে ।
Intro:জুৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷ Body:জুৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷ বৃহস্পতিবাৰে নুনমাটিৰ নিজৰাপাৰত আৰক্ষীয়ে অভিযান চলালে জুৱা খেলৰ বিৰুদ্ধে । এই অভিযানত উৎখাত কৰিলে এটা তীৰ খেলৰ ঘাটি। লগতে তীৰ খেলৰ সামগ্ৰী সহ তিনিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ধৃত লোক কেইজন হৈছে কৰণ কৌশিক, মফিজুল ইছলাম আৰু ধীৰেশ্বৰ নাথ। ধৃত লোককেইজনৰ পৰা পৰা আৰক্ষীয়ে নগদ 4,100 টকা, 9675 টা তীৰৰ টিকেট আৰু তিনিটা মোবাইল জব্দ কৰে।Conclusion:লিপিকা ডেকা,গুৱাহাটী