ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ - প্ৰধানমন্ত্ৰী মোদী

নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচীৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টুইটযোগে প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক দিয়া অৱদান অতুলনীয় বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

pm-modi-praised-to-former-cm-sarbananda-sonowal
সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
author img

By

Published : May 10, 2021, 1:39 PM IST

নিউজ ডেস্ক, 10 মে’: সোমবাৰে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাসহ 13 গৰাকী বিজয়ী প্ৰাৰ্থীয়ে মন্ত্ৰী পদত শপত লোৱাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টুইটযোগে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

  • My valued colleague @sarbanandsonwal Ji was at the helm of a pro-people and pro-development administration over the last five years. His contribution towards Assam’s progress and strengthening the party in the state is immense.

    — Narendra Modi (@narendramodi) May 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয় যে, বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক দিয়া অৱদান অতুলনীয় ৷ পাঁচ বছৰত তেওঁ কৰা উন্নয়ন আৰু দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম ৷

  • Congratulations to @himantabiswa Ji and the other Ministers who took oath today. I am confident this team will add momentum to the development journey of Assam and fulfil aspirations of the people.

ইয়াৰোপৰি, নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বাকী মন্ত্ৰীসকলকো শপত গ্ৰহণৰ অন্তত অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই দলটোৱে অসমৰ উন্নয়নমূলক যাত্ৰাত আগুৱাই যাব আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

লগতে পঢ়ক : ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.