ETV Bharat / state

অগপৰ কাৰ্যালয়ত মৰিশালিৰ নিস্তব্ধতা - লোকসভা নিৰ্বাচন

নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে অগপৰ কাৰ্যালয়ত । কাৰ্যালয়ত উপস্থিত নাই নেতা-কৰ্মী ,নাই কোনো উল্লাস । তিনিটা সমষ্টিত দলটোৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল যদিও বিজয় হোৱাৰ আশা নেদেখি কাৰ্যালয়লৈ নাহিল দলটোৰ নেতা কৰ্মী।

নিমাওমাও অগপৰ কাৰ্যালয়...
author img

By

Published : May 23, 2019, 7:57 PM IST

গুৱাহাটী, 23 মে' : বিজয়ৰ আশাৰে মিত্ৰতা ভংগৰ পাছতো পুনৰ বিজেপিৰে হাত মিলাইছিল অসম গণ পৰিষদে ৷ কিন্তু ভবামতে নহ'ল ৷ পূৰ্বৰ দৰে শূন্যতে থমকি ৰোৱাৰ দিশত জাতীয়তাবাদী দলটো ৷ সেয়ে ফলাফল ঘোষণা কৰাৰ দিনটোত অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মৰিশালিৰ নিস্তব্ধতা ৷ নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে অগপৰ কাৰ্যালয়ত । কাৰ্যালয়ত উপস্থিত নাই নেতা-কৰ্মী ,নাই কোনো উল্লাস ।

Intro:লোকসভা নিৰ্বাচনৰ ফলাফলক।লৈ চৌদিশে ব্যাপক উচাহ । প্ৰতিটো ৰাজনৈতিক দল তথা মুখ্য কাৰ্যালয়ত আনন্দ মুখৰ পৰিবেশ ।নিজ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ স্বাৰ্থত পুৱাৰে পৰা ব্যস্ত সকলো নেতা কৰ্মী ।কিন্তু ইয়াৰ মাজতে অসম গন পৰিষদৰ আমবাৰীৰ কাৰ্যালয়ত দেখা গল বিপৰীত ছবি । এক নিমাও মাও পৰিবেশ সূচনা কৰিছে । কাৰ্যালয়ত উপস্থিত নাই নেতা কৰ্মী । নাই কোনো উল্লাস ।তিনিটা সমষ্টিত দলটোৰ প্ৰাৰ্থীয়ে প্ৰতিদণ্ডিতা কৰিছে যদিও বিজয় হোৱাৰ আশা নেদেখি কাৰ্যালয়লৈ নাহিল নেতা । ইয়াৰ বিপৰীতে দলটোৰ মনোজ শ ইকীয়া উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ লোকৰ প্ৰাৰ্থী জয়ী হব ।সেই আশা পুহি ৰাখিছে দলটোৰ নেতা কৰ্মী সকলেও ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.